মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ উচ্চতৰ শিক্ষা ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযান

ইতিহাস

  • ৰাষ্ট্ৰীয় শিক্ষা নীতি ১৯৪৬ৰ দ্বাৰা ভাৰতৰ উচ্চ শিক্ষাৰ নীতি পৰিচালনা হয়। (১৯৯২ চনত সংশোধিত)। ৰাধাকৃষ্ণন কমিছন ৰিপোৰ্ট (১৯৪৮-৪৯) আৰু কঠাৰী কমিছন ৰিপোৰ্ট (১৯৫৪-৬৬)ৰ ওপৰত ১৯৮৬ নীতি আৰু ১৯৯০ত ইয়াৰ কাৰ্যকাৰিতা ভিত্তি কৰিছে। ১৯৪৬ৰ নীতিয়ে পাঁচটা মূল লক্ষ্যক উচ্চ শিক্ষাৰ ক্ষেত্ৰত গুৰুত্ব দিছিল।

    ১. বিশ্লেষণ

    ২. অপক্ষপাতিত্ব

    ৩. গুণগত মান আৰু উত্কৃষ্টতা/শ্ৰেষ্ঠত্বৰ প্ৰাসংগিকতা

    ৪. মূল্য আধাৰিত শিক্ষা

                IX আৰু XII পৰিকল্পনাই গুৰুত্ব দিছিল, উচ্চ শিক্ষাত মূল্যায়ন অপক্ষপাতিত্বক উন্নীত কৰা আৰু উত্কৃষ্টতাক প্ৰাধান্য দিয়াত। (ক) বিশেষভাৱে, XII পৰিকল্পনাই ৰাজ্যিক উচ্চ শিক্ষা ব্যৱস্থাত এক ব্যাপক পৰিকল্পনাৰ প্ৰস্তাৱ দিয়ে। (খ) যাতে ওপৰত উল্লিখিত লক্ষ্যসমূহ সুনিশ্চিত হয়। ইয়ে কেন্দ্ৰীয়ভাৱে অনুদিত (ইউ) ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযান (আৰ ইউ এছ এ) গঠন কৰাত অৰিহণা যোগায়। অসম চৰকাৰে আৰ ইউ.এছ.এত যোগদান/অংশগ্ৰহণ কৰিবলৈ সহমত প্ৰকাশ কৰে।

                অসম চৰকাৰে অসম ৰাজ্যিক উচ্চ শিক্ষা পৰিষদ গঠন কৰে ২০১৪ চনৰ ৭ জানুৱাৰীত, (কাৰ্যনিৰ্বাহকৰ আদেশ নং AHE 534/2013/13, dated 7thJanuary,2014

    ৰাষ্ট্ৰীয় শিক্ষা নীতি ১৯৪৬ৰ দ্বাৰা ভাৰতৰ উচ্চ শিক্ষাৰ নীতি পৰিচালনা হয়। (১৯৯২ চনত সংশোধিত)। ৰাধাকৃষ্ণন কমিছন ৰিপোৰ্ট (১৯৪৮-৪৯) আৰু কঠাৰী কমিছন ৰিপোৰ্ট (১৯৫৪-৬৬)ৰ ওপৰত ১৯৮৬ নীতি আৰু ১৯৯০ত ইয়াৰ কাৰ্যকাৰিতা ভিত্তি কৰিছে। ১৯৪৬ৰ নীতিয়ে পাঁচটা মূল লক্ষ্যক উচ্চ শিক্ষাৰ ক্ষেত্ৰত গুৰুত্ব দিছিল।

    ১. বিশ্লেষণ

    ২. অপক্ষপাতিত্ব

    ৩. গুণগত মান আৰু উত্কৃষ্টতা/শ্ৰেষ্ঠত্বৰ প্ৰাসংগিকতা

    ৪. মূল্য আধাৰিত শিক্ষা

                IX আৰু XII পৰিকল্পনাই গুৰুত্ব দিছিল, উচ্চ শিক্ষাত মূল্যায়ন অপক্ষপাতিত্বক উন্নীত কৰা আৰু উত্কৃষ্টতাক প্ৰাধান্য দিয়াত। (ক) বিশেষভাৱে, XII পৰিকল্পনাই ৰাজ্যিক উচ্চ শিক্ষা ব্যৱস্থাত এক ব্যাপক পৰিকল্পনাৰ প্ৰস্তাৱ দিয়ে। (খ) যাতে ওপৰত উল্লিখিত লক্ষ্যসমূহ সুনিশ্চিত হয়। ইয়ে কেন্দ্ৰীয়ভাৱে অনুদিত (ইউ) ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযান (আৰ ইউ এছ এ) গঠন কৰাত অৰিহণা যোগায়। অসম চৰকাৰে আৰ ইউ.এছ.এত যোগদান/অংশগ্ৰহণ কৰিবলৈ সহমত প্ৰকাশ কৰে।

                অসম চৰকাৰে অসম ৰাজ্যিক উচ্চ শিক্ষা পৰিষদ গঠন কৰে ২০১৪ চনৰ ৭ জানুৱাৰীত, (কাৰ্যনিৰ্বাহকৰ আদেশ নং AHE 534/2013/13, dated 7th January,2014ৰ মতে)

    ৰ মতে)