মানৱ সম্পদ উন্নয়ন মন্ত্ৰণালয়ৰ অধীনত গৱেষণা ও উদ্ভাৱন আৰু গুণগত উন্নয়নৰ বাবে প্ৰস্তাৱ-
ক্ৰমিক নং | ৰাজ্য | বিশ্ববিদ্যালয়/মহাবিদ্যালয়ৰ নাম | পি.আই.ৰ নাম | বিষয় | প্ৰকল্পৰ শিৰোনাম | প্ৰস্তাৱিত পুঁজিৰ পৰিমাণ | |
---|---|---|---|---|---|---|---|
১ | অসম | ডিব্ৰুগড় বিশ্ববিদ্যালয় | অধ্যাপক ৰঞ্জন কুমাৰ শৰ্মা, ব্যৱহাৰিক ভূতত্ব বিভাগ | কয়লা ব্যাগ মিথেন – এক সম্ভাৱ্য বৈকল্পিক শক্তি উত্স | উত্তৰ-পূব ভাৰতৰ উজনি অসমৰ কয়লা ক্ষেত্ৰ থকা অঞ্চলত কয়লা খনিৰ চৰিত্ৰ অধ্যয়ন- কয়লা ব্যাগ মিথেনৰ সম্ভাৱনা মূল্যাংকনৰ হিতাৰ্থে | অনাবৰ্তক – ১২,৯০,০০০০০ টকা আৰু আৱৰ্তক – ৩০,৫০০০০ টকা। মুঠ – ১৩২০৫০,০০০ | |
২ | অসম | ডিব্ৰুগড় বিশ্ববিদ্যালয় | অধ্যাপক পি.কে. বৰুৱা ডীন আৰ এণ্ড ডি | উদ্যোক্তাৰ সৈতে একীভূত গৱেষণা | উদ্যোক্তাৰ মাধ্যমেৰে সামাজিক বিকাশৰ উদ্দেশ্যে গৱেষণা হাব-সংহত গৱেষণা আৰু উদ্ভাৱন | বছৰি অনাৱৰ্তক – ১৫০০০০০০ আৰু ৫ বছৰত ৩৭৩২০০,০০০ আৱৰ্তক বছৰি – ১২৫০০০ আৰু ৫ বছৰত ১,০৬,২৫,০০০ প্ৰশাসনিক ব্যয় ৫ বছৰৰ বাবে ৪,৬৯,৫৩,৯৪০ মুঠ – ৪৩,০৭,৭৮,৯৪০ (৫ বছৰৰ বাবে) | |
৩ | অসম | গুৱাহাটী বিশ্ববিদ্যালয় | ড০ ডব্লিউ.এচ. দেৱনাথ, গ্ৰন্থাগাৰিক, কে.কে. সন্দিকৈ প্ৰস্তাগাৰ – গুৱাহাটী বিশ্ববিদ্যালয় | গ্ৰন্থাগাৰৰ সা-সুবিধাসমূহৰ উন্নীতকৰণ আৰু উচ্চ মানৰ সম্পদ সংগ্ৰহ | কে.কে. সন্দিকৈ গ্ৰন্থাগাৰৰ উন্নীতকৰণ আৰু উচ্চ মানৰ সম্পদ সংগ্ৰহ | পুঁজি – ১২০৭ লাখ ৩ বছৰৰ বাবে | |
৪ | অসম | গুৱাহাটী বিশ্ববিদ্যালয় | একাডেমিক ৰেজিষ্ট্ৰাৰ গুৱাহাটী বিশ্ববিদ্যালয় | অসামান্য গৱেষণা পৰিচালনাৰ বাবে অধ্যাপকলৈ বিশেষ অনুদান | যুৱ অধ্যাপকৰ মাজত অত্যাধুনিক গৱেষণা কাৰ্যৰ প্ৰসাৰৰ বাবে আঁচনি (অসামান্য় গৱেষণা পৰিচালনাৰ বাবে বিশেষ অনুদান) | পুঁজি ৬০০ লাখ ৩ বছৰৰ বাবে | |
৫ | অসম | গুৱাহাটী বিশ্ববিদ্যালয় | অধ্যাপক পি.এম. বেজবৰুৱা, সঞ্চালক (আই/চি) গুৱাহাটী ইউনিভাৰ্চিটী ইনষ্টিটিউট অব নৰ্থ-ইষ্ট ইণ্ডিয়া ষ্টাডিজ | ইণ্টাৰ ডিচিপ্লিনেৰী আৰু ট্ৰান্স ডিচিপ্লিনেৰী গৱেষণা কেন্দ্ৰৰ প্ৰসাৰ | আৰ্থসামাজিক পৰিবেশত আৰু ভূ-ৰাজনৈতিক পৰিপ্ৰেক্ষিতত উত্তৰ-পূব ভাৰতৰ নিৰাপত্তা সমস্যা (ইণ্টাৰ ডিচিপ্লিনেৰী আৰু ট্ৰান্স ডিচিপ্লিনেৰী গৱেষণা কেন্দ্ৰৰ প্ৰসাৰ) | পুঁজি – ১১০.৬৫ লাখ ৩ বছৰত | |
৬ | অসম | গুৱাহাটী বিশ্ববিদ্যালয় | অধ্যাপক মানৱ ডেকা, সঞ্চালক, গুৱাহাটী ইউনিভাৰ্চিটী ইনষ্টিটিউট অব চায়েন্স এণ্ড টেকনোলজী | গৱেষণা হাব/পাৰ্ক ইত্যাদিত সঁহাৰি যোগোৱা সা-সুবিধাসমূহ প্ৰদান কৰা | মহিলা আৰু শিশুৰ স্বাস্থ্যৰ অনুসনধানৰ বাবে বায়োটেক গৱেষণা কেন্দ্ৰ (গৱেষণা হাব/পাৰ্ক ইত্যাদিত যোগোৱা সা-সুবিধাসমূহ প্ৰদান কৰা | পুঁজি – ২৭৭.৯৬ লাখ ৩ বছৰৰ বাবে | |
৭ | অসম | গুৱাহাটী বিশ্ববিদ্যালয় | অধ্যাপক পৰাগ ফুকন, ভূ-তাত্বিক বিজ্ঞান বিভাগৰ প্ৰধান, গুৱাহাটী বিশ্ববিদ্যালয় | শিল্প উদ্যোগ একাডেমীৰ অংশীদাৰিত্বৰ স্কেল আপৰ পদক্ষেপ | সুদূৰপ্ৰসাৰী আৰু জি.আই.এছ – এটি উদ্যোগ একাডেমীয়া ইণ্টাৰফেচৰ বাবে ভহুবিষয়ী প্ৰশিক্ষণ, গৱেষণা আৰু উন্নয়নৰ সুবিধা (শিল্প উদ্যোগ একাডেমীৰ অংশীদাৰিত্বৰ স্কেল আপৰ পদক্ষেপ) | পুঁজি – ৮৮.২০ লাখ ৩ বছৰৰ বাবে | |
৮ | অসম | গুৱাহাটী বিশ্ববিদ্যালয় | অধ্যাপক পাৰ্থপ্ৰতীম বৰুৱা, উদ্ভিদ বিজ্ঞান বিভাগৰ প্ৰধান অধ্যাপক, গুৱাহাটী বিশ্ববিদ্যালয় | গৱেষণা হাব/পাৰ্ক ইত্যাদিৰ বাবে সা-সুবিধাসমূহ প্ৰদান কৰা | ভাবুকি অহা অসমৰ আৰু স্থানীয় উদ্ভিদ প্ৰজাতিৰ ৰক্ষণাবেক্ষণ, প্ৰসাৰ আৰু পুনঃসংৰক্ষণ (গৱেষণা হাব/পাৰ্ক ইত্যাদিৰ বাবে সা-সুবিধাসমূহ প্ৰদান কৰা) | পুঁজি – ১৫৯.২৬ লাখ ৩ বছৰৰ বাবে | |
৯ | অসম | গুৱাহাটী বিশ্ববিদ্যালয় | ড০ উত্পল শৰ্মা, ইউ.এচ.আই.চি. বিভাগৰ মুখ্য অধ্যাপক, | গৱেষণাগাৰৰ সা-সুবিধাৰ উন্নতি সাধন আৰু উচ্চ মানৰ সম্পদ আহৰণ | কেন্দ্ৰীয় সা-সুবিধাৰ উপকৰণত, অনুসন্ধানমূলক গৱেষণাগাৰৰ বৃদ্ধি (গৱেষণাগাৰৰ সা-সুবিধাৰ উন্নীতকৰণ) | পুঁজি – ৭৬৯ লাখ ৩ বছৰৰ বাবে | |
১০ | অসম | গুৱাহাটী বিশ্ববিদ্যালয় | সঞ্চালক, গুৱাহাটী ইউনিভাৰ্চিটী ইনষ্টিটিউট অব চায়েন্স এণ্ড টেকনোলজী, চি.অ.পি.আই. –শ্ৰী সত্যজিত্ শৰ্মা আৰু শ্ৰী চন্দন কলিতা | গৱেষণা হাব/পাৰ্ক ইত্যাদিৰ সুবিধা প্ৰদান | আই.টি. হাবৰ উন্নয়ন আৰু বাস্তৱায়িত কৰা (গৱেষণা হাব/পাৰ্ক ইত্যাদিৰ সুবিধা প্ৰদান) | পুঁজি – ১০০ লাখ ৩ বছৰৰ বাবে | |
১১ | অসম | গুৱাহাটী বিশ্ববিদ্যালয় | অসমীয়া বিভাগৰ মুখ্য অধ্যাপক, গুহাৱাটী বিশ্ববিদ্যালয় | ইণ্টাৰ ডিছিপ্লিমেৰী আৰু ট্ৰান্স ডিচিপ্লিনেৰী গৱেষণা কেন্দ্ৰৰ উন্নয়ন তথা প্ৰসাৰ | অসমীয়া বিভাগত শংকৰদেৱ অধ্যয়ন কেন্দ্ৰৰ উন্নীতকৰণ (ইণ্টাৰ ডিছিপ্লিনেৰী আৰু ট্ৰান্স ডিচিপ্লিনেৰী গৱেষণা কেন্দ্ৰৰ উন্নয়ন) | পুঁজি – ৫১.২ লাখ ৩ বছৰৰ বাবে | |
১২ | অসম | কটন বিশ্ববিদ্যালয় | বসন্ত কুমাৰ ৰাজবংশী | গৱেষণা হাব/পাৰ্ক ইত্যাদিৰ সমৰ্থনত সা-সুবিধা বৃদ্ধি কৰা | এটি কেন্দ্ৰীয় যন্ত্ৰ বিন্যাস কেন্দ্ৰৰ কটন বিশ্ববিদ্যালয়ত স্থাপন কৰা | পুঁজি – ১২৫,০০০,০০০ লাখ ৩ বছৰৰ বাবে | |
১৩ | অসম | কটন বিশ্ববিদ্যালয় | নাৰায়ণ শৰ্মা | গৱেষণা হাব/পাৰ্ক ইত্যাদিৰ বাবে সা-সুবিধা প্ৰদান আৰু ৰাজ্যৰ পি.জি. আৰু ইউ.জি. শিক্ষাৰ্থীক গৱেষণা সম্পৰ্কীয় কাৰ্যত জড়িত কৰোৱা | দিহিং পাটকাই বন্যপ্ৰাণী অভয়াৰণ্য, হোলোংগাপাৰ গিবন অভয়াৰণ্য আৰু মানস ৰাষ্ট্ৰীয় উদ্যানত তিনিটা মজৈৱিক ক্ষেত্ৰ অঞ্চল স্থাপন কৰা | পুঁজি – ৯০,০০০,০০০ লাখ টকা ৩ বছৰৰ বাবে | |
১৪ | অসম | কটন বিশ্ববিদ্যালয় | ময়ুৰী চাবুকধৰা আৰু লীনা বৰা | অসমৰ ইউ.জি. আৰু পি.জি. শিক্ষাৰ্থীক গৱেষণা সম্পৰ্কীয় কাৰ্যত উত্সাহ যোগোৱা | পৰিবেশগত জীৱবিদ্যা বিভাগ আৰু বন্যপ্ৰাণী বিজ্ঞান বিভাগৰ বাবে আন্তঃগাঁঠনি আৰু গৱেষণাগাৰৰ সুবিধা | পুঁজি – ৮০,০০০,০০০ লাখ টকা ৩ বছৰৰ বাবে | |
১৫ | অসম | কটন বিশ্ববিদ্যালয় | শিখৰ কুমাৰ শৰ্মা | গৱেষণা হাব/পাৰ্ক ইত্যাদিৰ বাবে সুবিধা প্ৰদান | প্ৰযুক্তিগত ভাষা আৰু প্ৰাকৃতিক ভাষা প্ৰক্ৰিয়াকৰণৰ ক্ষেত্ৰত গৱেষণা আৰু উন্নয়ন কেন্দ্ৰ প্ৰতিষ্ঠা কৰা | পুঁজি – ৫০,০০০,০০০ লাখ টকা ৩ বছৰৰ বাবে | |
১৬ | অসম | কটন বিশ্ববিদ্যালয় | অমিয় বৰুৱা | ইণ্টাৰ ডিছিপ্লিনেৰী আৰু ট্ৰান্স ডিছিপ্লিনেৰী গৱেষণা কেন্দ্ৰৰ প্ৰসাৰ আৰু ৰাজ্যবিশেষ বিষয় যেনে- কল বেড মিথেন আৰু পৰিবেশ অনুকূল কয়লা খনন প্ৰক্ৰিয়াত আৰ এণ্ড ডি প্ৰচেষ্টা | বিকৃতাত মূল্যায়ন আৰু শিলাখণ্ডৰ যান্ত্ৰিক বৈশিষ্ট্য নিৰূপৰ বাবে ত্ৰিঅক্ষীয় শিলা বিকৃতিৰ বাবে গৱেষণাগাৰৰ সুবিধা প্ৰদান (শিলা পদাৰ্থ বিজ্ঞান, ভূ-গৰ্ভস্থ নক্সা আৰু হাইড্ৰকাৰ্বন অন্বেষণৰ বাবে আবেদন) | পুঁজি – ২৯,০৮৬,০০০ লাখ টকা ৩ বছৰৰ বাবে | |
১৭ | অসম | কটন বিশ্ববিদ্যালয় | বি.এন. গোস্বামী | বিশেষ গৱেষণা পৰিচালনাৰ বাবে অধ্যাপকলৈ বিশেষ আবণ্টন | ভাৰতীয় মৌচুমী বায়ুৰ ওপৰত অনুসন্ধান- পৰিৱৰ্তনশীলতা আৰু দশকীয় শতকীয় সময় ধৰি ভিন্নতা | পুজি – ২৬,৫০০০০০ ৩ বছৰৰ বাবে | |
১৮ | অসম | কটন বিশ্ববিদ্যালয় | নাৰায়ণ শৰ্মা, ময়ুৰী চাবুকধৰা আৰু লীনা বৰা | বিশেষ গৱেষণা পৰিচালনাৰ বাবে অধ্যাপকলৈ বিশেষ আবণ্টন | দ্বীপৰ বিলৰ জৈৱ-বৈচিত্ৰ্য আৰু মিথেন গেছ নিৰ্গমনৰ ওপৰত প্ৰদূষণৰ প্ৰভাৱ বুজিবলৈ এক সমন্বিত প্ৰচেষ্টা | পুঁজি – ২০,০০০,০০০ লাখ টকা ৩ বছৰৰ বাবে | |
১৯ | অসম | কটন বিশ্ববিদ্যালয় | গণেশ চন্দ্ৰ ৱাৰী | বিশেষ গৱেষণা পৰিচালনাৰ বাবে অধ্যাপকলৈ বিশেষ আবণ্টন | বিকিৰণৰ মাত্ৰা জুখিবলৈ উচ্চ সংবেদী ফচফৰাচৰ বিকাশ | পুঁজি – ১৫,২১৪,৭৫০ লাখ টকা ৩ বছৰৰ বাবে | |
২০ | অসম | কটন বিশ্ববিদ্যালয় | প্ৰদীপ শৰ্মা | ইণ্টাৰ ডিছিপ্লিনেৰী আৰু ট্ৰান্স ডিছিপ্লিনেৰী গৱেষণা কেন্দ্ৰৰ প্ৰসাৰ | সমন্বিত জলায় উন্নয়নৰ গৱেষণা কেন্দ্ৰ | পুঁজি – ১০,০০০,০০০ লাখ টকা ৩ বছৰৰ বাবে | |
২১ | অসম | কটন বিশ্ববিদ্যালয় | ৰাজু ৰালী | গৱেষণা হাব /পাৰ্ক ইত্যাদিৰ সুবিধা প্ৰদান | জৈৱ-বৈচিত্ৰ্য সংৰক্ষণ আৰু ডি.এন.এ. বাৰকোডিঙৰ মাধ্যমেৰে প্ৰাণীৰ আনৱিক চিনাক্তকৰণৰ বাবে আন্তঃগাঁঠনিমূলক সুবিধা স্থাপন কৰা | পুঁজি – ৫,০০০,০০০ লাখ টকা ৩ বছৰৰ বাবে | |
২২ | অসম | কটন বিশ্ববিদ্যালয় | ৰিতেন চৌধুৰী | বিশেষ গৱেষণা পৰিচালনাৰ বাবে অধ্যাপকলৈ বিশেষ আবণ্টন | সামগ্ৰী/তথ্য/নথিৰ ইণ্টাৰনেটত, দীৰ্ঘম্যাদী মূল্যাংকনৰ উন্নত নেটৱৰ্ক, কম ওজনৰ ক্ৰিণ্টোগ্ৰাফীৰ দ্বাৰা নিৰাপত্তা আৰু গোপনীয়তা সুনিশ্চিত কৰা | পুঁজি – ৮,৩১০,০০০ লাখ টকা ৩ বছৰৰ বাবে | |
২৩ | অসম | কটন বিশ্ববিদ্যালয় | নামেইৰকপাম নিৰ্জন্তা দেৱী | বিশেষ গৱেষণা পৰিচালনাৰ বাবে অধ্যাপকলৈ বিশেষ আবণ্টন | এণ্ডোফাইটিক ফাংগাচৰ পৰা ছেকেণ্ডেৰী মেটাবলাইটছৰ বাবে মেটাবলমিকছ, পৰম্পৰাগত ঔষধজাতীয় উদ্ভিদৰ সৈতে যুক্ত | পুঁজি – ৫,০০০,০০০ লাখ টকা ৩ বছৰৰ বাবে | |
২৪ | অসম | কটন বিশ্ববিদ্যালয় | উমা দত্ত | বিশেষ গৱেষণা পৰিচালনাৰ বাবে অধ্যাপকলৈ বিশেষ আবণ্টন | বাঁহ গছৰ গাজৰ কাৰ্যকৰিতা উত্তৰ-পূব অঞ্চলৰ পৰা পুনঃউত্পাদনৰ হেঁচাত ফল পুৰঠকৰণৰ ৰসায়ণ CaC2ৰ বিপৰীতে | পুঁজি – ৩০৯১,২০০ লাখ টকা ৩ বছৰৰ বাবে | |
২৫ | অসম | কটন বিশ্ববিদ্যালয় | বিভূতি গগৈ | বিশেষ গৱেষণা পৰিচালনাৰ বাবে অধ্যাপকলৈ বিশেষ আবণ্টন | মিকিৰ পাহাৰ, মাচিফ, কাৰ্বি আংলং অঞ্চলত ভৌগলিক মানচিত্ৰ আৰু অৰ্থনৈতিক খনজৰ অনুসন্ধান | পুঁজি – ৪,২৯৬,০০০ লাখ টকা ৩ বছৰৰ বাবে | |
২৬ | অসম | কটন বিশ্ববিদ্যালয় | মঞ্জিল হাজৰিকা | বিশেষ গৱেষণা পৰিচালনাৰ বাবে অধ্যাপকলৈ বিশেষ আবণ্টন | অসমৰ পূৰাতাত্বিক মানচিত্ৰাৱলী প্ৰস্তুতৰ বাবে পূৰাতাত্বিক ক্ষেত্ৰত জি.আই.এছ মানচিত্ৰ কৰা | পুঁজি – ৫,০০০,০০০ লাখ টকা ৩ বছৰৰ বাবে | |
২৭ | অসম | কটন বিশ্ববিদ্যালয় | চন্দনজ্যোতি কুমাৰ আৰু হিমু ৰয় | বিশেষ গৱেষণা পৰিচালনাৰ বাবে অধ্যাপকলৈ বিশেষ আবণ্টন | অসমৰ কামৰূপ জিলাৰ গছ-গছনি বা বৃক্ষৰ চিনাক্তকৰণ পদ্ধতিৰ উন্নীতকৰণ আৰু প্ৰস্তুতি | পুঁজি – ৪৬৭৪৬৪৯ লাখ টকা ৩ বছৰৰ বাবে | |
২৮ | অসম | কটন বিশ্ববিদ্যালয় | চন্দন জ্যোতি কুমাৰ | বিশেষ গৱেষণা পৰিচালনাৰ বাবে অধ্যাপকলৈ বিশেষ আবণ্টন | অনাধিকাৰ প্ৰৱেশ/চিকাৰী চিনাক্তকৰণৰ বাবে বনৰক্ষী কৰ্মীৰ সহায়ক প্ৰণালী | পুঁজি – ৩,২৮৮,০০০ লাখ টকা ৩ বছৰৰ বাবে | |
২৯ | অসম | কটন বিশ্ববিদ্যালয় | শ্বামিম ৰহমান | গৱেষণা হাব/পাৰ্ক ইত্যাদিৰ বাবে সা-সুবিধা প্ৰদান | মীন পালনৰ গৱেষণা কেন্দ্ৰ | পুঁজি – ৩,৩০০০,০০০ লাখ টকা ৩ বছৰৰ বাবে | |
৩০ | অসম | কটন বিশ্ববিদ্যালয় | বসন্ত কুমাৰ ৰাজবংশী | বিশেষ গৱেষণা পৰিচালনাৰ বাবে অধ্যাপকলৈ বিশেষ আবণ্টন | থিয়াজোলথাইজোল ভিত্তিক লঘু দাতা অণুৰ ডিজাইন আৰু সংশ্লেষণ কৰা, বাল্ক হেতেৰা জাংচন সৌৰ কোষিকাৰ বাবে | পুঁজি – ৭,৫৩৬,০০০ লাখ টকা ৩ বছৰৰ বাবে | |
৩১ | অসম | কটন বিশ্ববিদ্যালয় | কৰবী শইকীয়া, ৰেজিনা আহমেদ আৰু দেৱজিত বসুমতাৰী | বিশেষ গৱেষণা পৰিচালনাৰ বাবে অধ্যাপকলৈ বিশেষ আবণ্টন | পৰিভ্ৰমী পক্ষীৰ ৰক্ষণাবেক্ষণ আৰু অসমৰ নদী দ্বীপ মাজুলীৰ জলাশয়সমূহৰ পানীৰ মানদণ্ডৰ প্ৰভাৱ | পুঁজি – ৩,১০০০,০০০ লাখ টকা ৩ বছৰৰ বাবে | |
৩২ | অসম | কটন বিশ্ববিদ্যালয় | মৈস্নম ৰুষ্টান সিং | বিশেষ গৱেষণা পৰিচালনাৰ বাবে অধ্যাপকলৈ বিশেষ আবণ্টন | ভাৰতৰ অসম ৰাজ্যৰ বিভিন্ন জনগোষ্ঠীৰ মাজত হেমোগ্লোবিনোপ্যাথি আৰু এনজাইমোথেৰাপি | পুঁজি – ৪,৩৩৬,০০০ লাখ টকা ৩ বছৰৰ বাবে | |
৩৩ | অসম | কটন বিশ্ববিদ্যালয় | নামৰাম সুসিন্দ্ৰজিত সিং আৰু একলেশ কুমাৰ বাৰ্মা | বিশেষ গৱেষণা পৰিচালনাৰ বাবে অধ্যাপকলৈ বিশেষ আবণ্টন | অণুৰ ব্যৱহাৰ/আচৰণৰ বাবে | পুঁজি – ৮,৪০৬,০০০ লাখ টকা ৩ বছৰৰ বাবে | |
৩৪ | অসম | কটন বিশ্ববিদ্যালয় | গীতিকা ঠাকুৰীয়া আৰু ইন্দ্ৰাণী শৰ্মা | বিশেষ গৱেষণা পৰিচালনাৰ বাবে অধ্যাপকলৈ বিশেষ আবণ্টন | বানপানী আৰু দুৰ্বলতা – নগৰৰ বানপানীৰ এক সামাজিক-ভূতাত্বিক গৱেষণা | পুঁজি – ৩,১২৮,৪০০ লাখ টকা ৩ বছৰৰ বাবে | |
৩৫ | অসম | কটন বিশ্ববিদ্যালয় | ঋষিকেশ উপাধ্যায় | বিশেষ গৱেষণা পৰিচালনাৰ বাবে অধ্যাপকলৈ বিশেষ আবণ্টন | পানীৰ চাপ সহিষ্ণুতা আৰু চাউলৰ পুনৰুদ্ধাৰৰ ওপৰত কাৰ্বন নেনপাৰ্টিকলৰ প্ৰভাৱ বুজিবলৈ আনৱিক পন্থা | পুঁজি – ৬,১৯০,০৮৫ লাখ টকা ৩ বছৰৰ বাবে | |
৩৬ | অসম | কটন বিশ্ববিদ্যালয় | তিলোত্তমা বৰুৱা | বিশেষ গৱেষণা পৰিচালনাৰ বাবে অধ্যাপকলৈ বিশেষ আবণ্টন | বন্ধাত্যৰ বাবে নিৰ্যাতিত মহিলাৰ ওপৰত এক ক্ৰ-সাংস্কৃতিক গৱেষণা আৰু তেওঁলোকৰ মানসিক অৱস্থা | পুঁজি – ১,২৭৮,০০০ লাখ টকা ২ বছৰৰ বাবে | |
৩৭ | অসম | কটন বিশ্ববিদ্যালয় | সুকান্ত দেৱ | বিশেষ গৱেষণা পৰিচালনাৰ বাবে অধ্যাপকলৈ বিশেষ আবণ্টন | পৰিৱৰ্তশীল তৰাৰ পোহৰৰ বক্ৰ বিশ্লেষণ | পুঁজি – ১,৯৬৬,০০০ লাখ টকা ৩ বছৰৰ বাবে | |
৩৮ | অসম | কটন বিশ্ববিদ্যালয় | অম্বেশ্বৰ গগৈ | বিশেষ গৱেষণা পৰিচালনাৰ বাবে অধ্যাপকলৈ বিশেষ আবণ্টন | ডিজিটেল অসমৰ বাবে অসমীয়া ভাষাৰ বানান পৰীক্ষণৰ এক ভাষাগত অধ্যয়ন | পুঁজি – ১,৭৮৯,০০০ লাখ টকা ২ বছৰৰ বাবে | |
৩৯ | অসম | কটন বিশ্ববিদ্যালয় | মমতা গোস্বামী | বিশেষ গৱেষণা পৰিচালনাৰ বাবে অধ্যাপকলৈ বিশেষ আবণ্টন | আৰ্চেনিকৰ বিষক্ততাৰ ওপৰত অধ্যয়ন আৰু ইয়াৰ পৰিত্ৰাণ হালধি নিষ্কাষণেৰে | পুঁজি – ১,০০০,০০০ লাখ টকা ২ বছৰৰ বাবে | |
৪০ | অসম | কটন বিশ্ববিদ্যালয় | অৰূপ কুমাৰ হাজৰিকা | বিশেষ গৱেষণা পৰিচালনাৰ বাবে অধ্যাপকলৈ বিশেষ আবণ্টন | ৰামচৰ ক্ষেত্ৰত, দ্বীপৰ বিলৰ ওপৰত প্ৰদূষণৰ প্ৰভাৱ আৰু সম্প্ৰদায়ৰ অংশগ্ৰহণেৰে সংৰক্ষণৰ কৌশল | পুঁজি – ১,০৫৯,০০০ লাখ টকা ২ বছৰৰ বাবে | |
৪১ | অসম | কটন বিশ্ববিদ্যালয় | টেৰেলা এল. খাওজ্বল আৰু ইমচুচিলা কিশ্বু | বিশেষ গৱেষণা পৰিচালনাৰ বাবে অধ্যাপকলৈ বিশেষ আবণ্টন | আমাৰ বিষয়ে জনোৱা আৰু আমাৰ কাহিনী কোৱা | পুঁজি – ১,৩২০,০০০ লাখ টকা ৩ বছৰৰ বাবে | |
৪২ | অসম | কটন বিশ্ববিদ্যালয় | দিম্পী মহন্ত | বিশেষ গৱেষণা পৰিচালনাৰ বাবে অধ্যাপকলৈ বিশেষ আবণ্টন | শাৰিৰীক শিক্ষাৰ প্ৰভাৱ ব্যক্তিত্ব বৃদ্ধিত – এক অনুসন্ধানমূলক গৱেষণা | পুঁজি – ১,১০০,০০০ লাখ টকা ২ বছৰৰ বাবে | |
৪৩ | অসম | কটন বিশ্ববিদ্যালয় | দিম্পী মহন্ত | বিশেষ গৱেষণা পৰিচালনাৰ বাবে অধ্যাপকলৈ বিশেষ আবণ্টন | কাৰিকৰী অভিভাৱকৰ সন্তানৰ ওপৰত যোগ, ধ্যান আৰু মনোবৈজ্ঞানিক পৰামৰ্শ দিয়া কৌশলৰ প্ৰভাৱ | পুঁজি – ১,৫৬০,০০০ লাখ টকা ২ বছৰৰ বাবে | |
৪৪ | অসম | কটন বিশ্ববিদ্যালয় | হিমু ৰয় | বিশেষ গৱেষণা পৰিচালনাৰ বাবে অধ্যাপকলৈ বিশেষ আবণ্টন | অসমৰ কাৰ্ণ-এলাইজৰ সংৰক্ষণশীল মৰ্যদাৰ মূল্যায়ন | পুঁজি – ১,১৮২,৬৪৯ লাখ টকা ২ বছৰৰ বাবে | |
৪৫ | অসম | কটন বিশ্ববিদ্যালয় | আব্দুল ৱাহব | বিশেষ গৱেষণা পৰিচালনাৰ বাবে অধ্যাপকলৈ বিশেষ আবণ্টন | একক বিদাৰণ উপকৰণৰ ইলেকট্ৰোকেমিকেল তদন্ত, সৌৰ কোষৰ বাবে | পুঁজি – ১,৯৯৯,০০০ লাখ টকা ২ বছৰৰ বাবে | |
৪৬ | অসম | কটন বিশ্ববিদ্যালয় | জিম্মি ৱাই ইউমনাম | বিশেষ গৱেষণা পৰিচালনাৰ বাবে অধ্যাপকলৈ বিশেষ আবণ্টন | অসমৰ গাৰভাংগা সংৰক্ষিত বনাঞ্চলৰ স্থানীয় জ্ঞানভিত্তিক কাঠ জাতীয় গছ-গছনিয়ে প্ৰদান কৰা পৰিবেশ-তান্ত্ৰিক সেৱাৰ মূল্যায়ন | পুঁজি – ১,৩০০,০০০ লাখ টকা ২ বছৰৰ বাবে | |
৪৭ | অসম | কটন বিশ্ববিদ্যালয় | প্ৰাচুন বৰ্মন | বিশেষ গৱেষণা পৰিচালনাৰ বাবে অধ্যাপকলৈ বিশেষ আবণ্টন | উনৈশ শতিকা আৰু বংশ শতিকাৰ অসমীয়া, বড়ো আৰু বেংগলী পত্ৰিকা আৰু কিতাপৰ ডিজিটাইজেশ্যন | পুঁজি – ৫৬৯,০০০ লাখ টকা ২ বছৰৰ বাবে | |
৪৮ | অসম | কটন বিশ্ববিদ্যালয় | লুফটা হানুম চলিমা বেগম | গৱেষণা সম্পৰ্কীয় কাৰ্যত ৰাজ্যৰ পি.জি. আৰু ই.জি. শিক্ষাৰ্থীক জড়িত কৰাৰ বাবে উত্সাহিত কৰা | জনপ্ৰিয় অসমীয়া লোক কাহিনীত নাৰী চৰিত্ৰৰ ভূমিকা আৰু তাত্পৰ্য অধ্যয়ন | পুঁজি – ৪৫০,০০০ লাখ টকা ১ বছৰৰ বাবে | |
৪৯ | অসম | কটন বিশ্ববিদ্যালয় | ডেইজী দাস | বিশেষ গৱেষণা পৰিচালনাৰ বাবে অধ্যাপকৰ বিশেষ অনুদান | অসমৰ গাঁও অঞ্চলত বায়োগেছ ব্যৱহাৰ কৰি কল্যাণ নিহিতাৰ্থে – এক গৱেষণামূলক বিশ্লেষণ | পুঁজি – ৫৬৫,০০০ লাখ টকা ১.৫ বছৰৰ বাবে | |
৫০ | অসম | কটন বিশ্ববিদ্যালয় | প্ৰহেলিকা দাস | বিশেষ গৱেষণা পৰিচালনাৰ বাবে অধ্যাপকলৈ বিশেষ আবণ্টন | ৰিং আৰু নিয়েৰ ৰিৰ ক্ৰিণ্টোগ্ৰাফিক দিশৰ এটি অধ্যয়ন | পুঁজি – ৭৭৭,০০০ লাখ টকা ৩ বছৰৰ বাবে | |
৫১ | অসম | কটন বিশ্ববিদ্যালয় | কাকলি গগৈ | বিশেষ গৱেষণা পৰিচালনাৰ বাবে অধ্যাপকলৈ বিশেষ আবণ্টন | লোকসংগীতত প্ৰেমৰ প্ৰকাশ আৰু মিচিঙৰ ঐনিতম, তিৱাৰ লালিলাং, সত্ৰ আৰু অসমীয়া বিহুগীত – এক তুলনামূলক বিশ্লেষণ | পুঁজি – ১২৮,০০০ লাখ টকা ১.৫ বছৰৰ বাবে | |
৫২ | অসম | কটন বিশ্ববিদ্যালয় | দিলীপ ৰাজবংশী | বিশেষ গৱেষণা পৰিচালনাৰ বাবে অধ্যাপকলৈ বিশেষ আবণ্টন | অসমৰ সাঠলি ভাষা | পুঁজি – ১৫০,০০০ লাখ টকা ২ বছৰৰ বাবে | |
সৰ্বমুঠ | ১৪৮৫৫১৬৬৭ টকা | ||||||