মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ উচ্চতৰ শিক্ষা ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযান

গৱেষণা আৰু উদ্ভাৱন

মানৱ সম্পদ উন্নয়ন মন্ত্ৰণালয়ৰ অধীনত গৱেষণা ও উদ্ভাৱন আৰু গুণগত উন্নয়নৰ বাবে প্ৰস্তাৱ-

ক্ৰমিক নংৰাজ্যবিশ্ববিদ্যালয়/মহাবিদ্যালয়ৰ নামপি.আই.ৰ নামবিষয়প্ৰকল্পৰ শিৰোনামপ্ৰস্তাৱিত পুঁজিৰ পৰিমাণ

অসম

ডিব্ৰুগড় বিশ্ববিদ্যালয়

অধ্যাপক ৰঞ্জন কুমাৰ শৰ্মা, ব্যৱহাৰিক ভূতত্ব বিভাগ

কয়লা ব্যাগ মিথেন – এক সম্ভাৱ্য বৈকল্পিক শক্তি উত্স

উত্তৰ-পূব ভাৰতৰ উজনি অসমৰ কয়লা ক্ষেত্ৰ থকা অঞ্চলত কয়লা খনিৰ চৰিত্ৰ অধ্যয়ন- কয়লা ব্যাগ মিথেনৰ সম্ভাৱনা মূল্যাংকনৰ হিতাৰ্থে

অনাবৰ্তক – ১২,৯০,০০০০০ টকা আৰু আৱৰ্তক – ৩০,৫০০০০ টকা। মুঠ – ১৩২০৫০,০০০

অসম

ডিব্ৰুগড় বিশ্ববিদ্যালয়

অধ্যাপক পি.কে. বৰুৱা ডীন আৰ এণ্ড ডি

উদ্যোক্তাৰ সৈতে একীভূত গৱেষণা

উদ্যোক্তাৰ মাধ্যমেৰে সামাজিক বিকাশৰ উদ্দেশ্যে গৱেষণা হাব-সংহত গৱেষণা আৰু উদ্ভাৱন

বছৰি অনাৱৰ্তক – ১৫০০০০০০ আৰু ৫ বছৰত ৩৭৩২০০,০০০ আৱৰ্তক বছৰি – ১২৫০০০ আৰু ৫ বছৰত ১,০৬,২৫,০০০ প্ৰশাসনিক ব্যয় ৫ বছৰৰ বাবে ৪,৬৯,৫৩,৯৪০ মুঠ – ৪৩,০৭,৭৮,৯৪০ (৫ বছৰৰ বাবে)

অসম

গুৱাহাটী বিশ্ববিদ্যালয়

ড০ ডব্লিউ.এচ. দেৱনাথ, গ্ৰন্থাগাৰিক, কে.কে. সন্দিকৈ প্ৰস্তাগাৰ – গুৱাহাটী বিশ্ববিদ্যালয়

গ্ৰন্থাগাৰৰ সা-সুবিধাসমূহৰ উন্নীতকৰণ আৰু উচ্চ মানৰ সম্পদ সংগ্ৰহ

কে.কে. সন্দিকৈ গ্ৰন্থাগাৰৰ উন্নীতকৰণ আৰু উচ্চ মানৰ সম্পদ সংগ্ৰহ

পুঁজি – ১২০৭ লাখ ৩ বছৰৰ বাবে

অসম

গুৱাহাটী বিশ্ববিদ্যালয়

একাডেমিক ৰেজিষ্ট্ৰাৰ গুৱাহাটী বিশ্ববিদ্যালয়

অসামান্য গৱেষণা পৰিচালনাৰ বাবে অধ্যাপকলৈ বিশেষ অনুদান

যুৱ অধ্যাপকৰ মাজত অত্যাধুনিক গৱেষণা কাৰ্যৰ প্ৰসাৰৰ বাবে আঁচনি (অসামান্য় গৱেষণা পৰিচালনাৰ বাবে বিশেষ অনুদান)

পুঁজি ৬০০ লাখ ৩ বছৰৰ বাবে

অসম

গুৱাহাটী বিশ্ববিদ্যালয়

অধ্যাপক পি.এম. বেজবৰুৱা, সঞ্চালক (আই/চি) গুৱাহাটী ইউনিভাৰ্চিটী ইনষ্টিটিউট অব নৰ্থ-ইষ্ট ইণ্ডিয়া ষ্টাডিজ

ইণ্টাৰ ডিচিপ্লিনেৰী আৰু ট্ৰান্স ডিচিপ্লিনেৰী গৱেষণা কেন্দ্ৰৰ প্ৰসাৰ

আৰ্থসামাজিক পৰিবেশত আৰু ভূ-ৰাজনৈতিক পৰিপ্ৰেক্ষিতত উত্তৰ-পূব ভাৰতৰ নিৰাপত্তা সমস্যা (ইণ্টাৰ ডিচিপ্লিনেৰী আৰু ট্ৰান্স ডিচিপ্লিনেৰী গৱেষণা কেন্দ্ৰৰ প্ৰসাৰ)

পুঁজি – ১১০.৬৫ লাখ ৩ বছৰত

অসম

গুৱাহাটী বিশ্ববিদ্যালয়

অধ্যাপক মানৱ ডেকা, সঞ্চালক, গুৱাহাটী ইউনিভাৰ্চিটী ইনষ্টিটিউট অব চায়েন্স এণ্ড টেকনোলজী

গৱেষণা হাব/পাৰ্ক ইত্যাদিত সঁহাৰি যোগোৱা সা-সুবিধাসমূহ প্ৰদান কৰা

মহিলা আৰু শিশুৰ স্বাস্থ্যৰ অনুসনধানৰ বাবে বায়োটেক গৱেষণা কেন্দ্ৰ (গৱেষণা হাব/পাৰ্ক ইত্যাদিত যোগোৱা সা-সুবিধাসমূহ প্ৰদান কৰা

পুঁজি – ২৭৭.৯৬ লাখ ৩ বছৰৰ বাবে

অসম

গুৱাহাটী বিশ্ববিদ্যালয়

অধ্যাপক পৰাগ ফুকন, ভূ-তাত্বিক বিজ্ঞান বিভাগৰ প্ৰধান, গুৱাহাটী বিশ্ববিদ্যালয়

শিল্প উদ্যোগ একাডেমীৰ অংশীদাৰিত্বৰ স্কেল আপৰ পদক্ষেপ

সুদূৰপ্ৰসাৰী আৰু জি.আই.এছ – এটি উদ্যোগ একাডেমীয়া ইণ্টাৰফেচৰ বাবে ভহুবিষয়ী প্ৰশিক্ষণ, গৱেষণা আৰু উন্নয়নৰ সুবিধা (শিল্প উদ্যোগ একাডেমীৰ অংশীদাৰিত্বৰ স্কেল আপৰ পদক্ষেপ)

পুঁজি – ৮৮.২০ লাখ ৩ বছৰৰ বাবে

অসম

গুৱাহাটী বিশ্ববিদ্যালয়

অধ্যাপক পাৰ্থপ্ৰতীম বৰুৱা, উদ্ভিদ বিজ্ঞান বিভাগৰ প্ৰধান অধ্যাপক, গুৱাহাটী বিশ্ববিদ্যালয়

গৱেষণা হাব/পাৰ্ক ইত্যাদিৰ বাবে সা-সুবিধাসমূহ প্ৰদান কৰা

ভাবুকি অহা অসমৰ আৰু স্থানীয় উদ্ভিদ প্ৰজাতিৰ ৰক্ষণাবেক্ষণ, প্ৰসাৰ আৰু পুনঃসংৰক্ষণ (গৱেষণা হাব/পাৰ্ক ইত্যাদিৰ বাবে সা-সুবিধাসমূহ প্ৰদান কৰা)

পুঁজি – ১৫৯.২৬ লাখ ৩ বছৰৰ বাবে

অসম

গুৱাহাটী বিশ্ববিদ্যালয়

ড০ উত্পল শৰ্মা, ইউ.এচ.আই.চি. বিভাগৰ মুখ্য অধ্যাপক, 

গৱেষণাগাৰৰ সা-সুবিধাৰ উন্নতি সাধন আৰু উচ্চ মানৰ সম্পদ আহৰণ

কেন্দ্ৰীয় সা-সুবিধাৰ উপকৰণত, অনুসন্ধানমূলক গৱেষণাগাৰৰ বৃদ্ধি (গৱেষণাগাৰৰ সা-সুবিধাৰ উন্নীতকৰণ)

পুঁজি – ৭৬৯ লাখ

৩ বছৰৰ বাবে

১০

অসম

গুৱাহাটী বিশ্ববিদ্যালয়

সঞ্চালক, গুৱাহাটী ইউনিভাৰ্চিটী ইনষ্টিটিউট অব চায়েন্স এণ্ড টেকনোলজী, চি.অ.পি.আই. –শ্ৰী সত্যজিত্ শৰ্মা আৰু শ্ৰী চন্দন কলিতা

গৱেষণা হাব/পাৰ্ক ইত্যাদিৰ সুবিধা প্ৰদান

আই.টি. হাবৰ উন্নয়ন আৰু বাস্তৱায়িত কৰা (গৱেষণা হাব/পাৰ্ক ইত্যাদিৰ সুবিধা প্ৰদান)

পুঁজি – ১০০ লাখ

৩ বছৰৰ বাবে

১১

অসম

গুৱাহাটী বিশ্ববিদ্যালয়

অসমীয়া বিভাগৰ মুখ্য অধ্যাপক, গুহাৱাটী বিশ্ববিদ্যালয়

ইণ্টাৰ ডিছিপ্লিমেৰী আৰু ট্ৰান্স ডিচিপ্লিনেৰী গৱেষণা কেন্দ্ৰৰ উন্নয়ন তথা প্ৰসাৰ

অসমীয়া বিভাগত শংকৰদেৱ অধ্যয়ন কেন্দ্ৰৰ উন্নীতকৰণ (ইণ্টাৰ ডিছিপ্লিনেৰী আৰু ট্ৰান্স ডিচিপ্লিনেৰী গৱেষণা কেন্দ্ৰৰ উন্নয়ন)

পুঁজি – ৫১.২ লাখ

৩ বছৰৰ বাবে

১২

অসম

কটন বিশ্ববিদ্যালয়

বসন্ত কুমাৰ ৰাজবংশী

গৱেষণা হাব/পাৰ্ক ইত্যাদিৰ সমৰ্থনত সা-সুবিধা বৃদ্ধি কৰা

এটি কেন্দ্ৰীয় যন্ত্ৰ বিন্যাস কেন্দ্ৰৰ কটন বিশ্ববিদ্যালয়ত স্থাপন কৰা

পুঁজি – ১২৫,০০০,০০০ লাখ

৩ বছৰৰ বাবে

১৩

অসম

কটন বিশ্ববিদ্যালয়

নাৰায়ণ শৰ্মা

গৱেষণা হাব/পাৰ্ক ইত্যাদিৰ বাবে সা-সুবিধা প্ৰদান আৰু ৰাজ্যৰ পি.জি. আৰু ইউ.জি. শিক্ষাৰ্থীক গৱেষণা সম্পৰ্কীয় কাৰ্যত জড়িত কৰোৱা

দিহিং পাটকাই বন্যপ্ৰাণী অভয়াৰণ্য, হোলোংগাপাৰ গিবন অভয়াৰণ্য আৰু মানস ৰাষ্ট্ৰীয় উদ্যানত তিনিটা মজৈৱিক ক্ষেত্ৰ অঞ্চল স্থাপন কৰা

পুঁজি – ৯০,০০০,০০০ লাখ টকা

৩ বছৰৰ বাবে

১৪

অসম

কটন বিশ্ববিদ্যালয়

ময়ুৰী চাবুকধৰা আৰু লীনা বৰা

অসমৰ ইউ.জি. আৰু পি.জি. শিক্ষাৰ্থীক গৱেষণা সম্পৰ্কীয় কাৰ্যত উত্সাহ যোগোৱা

পৰিবেশগত জীৱবিদ্যা বিভাগ আৰু বন্যপ্ৰাণী বিজ্ঞান বিভাগৰ বাবে আন্তঃগাঁঠনি আৰু গৱেষণাগাৰৰ সুবিধা

পুঁজি – ৮০,০০০,০০০ লাখ টকা

৩ বছৰৰ বাবে

১৫

অসম

কটন বিশ্ববিদ্যালয়

শিখৰ কুমাৰ শৰ্মা

গৱেষণা হাব/পাৰ্ক ইত্যাদিৰ বাবে সুবিধা প্ৰদান

প্ৰযুক্তিগত ভাষা আৰু প্ৰাকৃতিক ভাষা প্ৰক্ৰিয়াকৰণৰ ক্ষেত্ৰত গৱেষণা আৰু উন্নয়ন কেন্দ্ৰ প্ৰতিষ্ঠা কৰা

পুঁজি – ৫০,০০০,০০০ লাখ টকা

৩ বছৰৰ বাবে

১৬

অসম

কটন বিশ্ববিদ্যালয়

অমিয় বৰুৱা

ইণ্টাৰ ডিছিপ্লিনেৰী আৰু ট্ৰান্স ডিছিপ্লিনেৰী গৱেষণা কেন্দ্ৰৰ প্ৰসাৰ আৰু ৰাজ্যবিশেষ বিষয় যেনে- কল বেড মিথেন আৰু পৰিবেশ অনুকূল কয়লা খনন প্ৰক্ৰিয়াত আৰ এণ্ড ডি প্ৰচেষ্টা

বিকৃতাত মূল্যায়ন আৰু শিলাখণ্ডৰ যান্ত্ৰিক বৈশিষ্ট্য নিৰূপৰ বাবে ত্ৰিঅক্ষীয় শিলা বিকৃতিৰ বাবে গৱেষণাগাৰৰ সুবিধা প্ৰদান (শিলা পদাৰ্থ বিজ্ঞান, ভূ-গৰ্ভস্থ নক্সা আৰু হাইড্ৰকাৰ্বন অন্বেষণৰ বাবে আবেদন)

পুঁজি – ২৯,০৮৬,০০০ লাখ টকা

৩ বছৰৰ বাবে

১৭

অসম

কটন বিশ্ববিদ্যালয়

বি.এন. গোস্বামী

বিশেষ গৱেষণা পৰিচালনাৰ বাবে অধ্যাপকলৈ বিশেষ আবণ্টন

ভাৰতীয় মৌচুমী বায়ুৰ ওপৰত অনুসন্ধান- পৰিৱৰ্তনশীলতা আৰু দশকীয় শতকীয় সময় ধৰি ভিন্নতা

পুজি – ২৬,৫০০০০০

৩ বছৰৰ বাবে

১৮

অসম

কটন বিশ্ববিদ্যালয়

নাৰায়ণ শৰ্মা, ময়ুৰী চাবুকধৰা আৰু লীনা বৰা

বিশেষ গৱেষণা পৰিচালনাৰ বাবে অধ্যাপকলৈ বিশেষ আবণ্টন

দ্বীপৰ বিলৰ জৈৱ-বৈচিত্ৰ্য আৰু মিথেন গেছ নিৰ্গমনৰ ওপৰত প্ৰদূষণৰ প্ৰভাৱ বুজিবলৈ এক সমন্বিত প্ৰচেষ্টা

পুঁজি – ২০,০০০,০০০ লাখ টকা

৩ বছৰৰ বাবে

১৯

অসম

কটন বিশ্ববিদ্যালয়

গণেশ চন্দ্ৰ ৱাৰী

বিশেষ গৱেষণা পৰিচালনাৰ বাবে অধ্যাপকলৈ বিশেষ আবণ্টন

বিকিৰণৰ মাত্ৰা জুখিবলৈ উচ্চ সংবেদী ফচফৰাচৰ বিকাশ

পুঁজি – ১৫,২১৪,৭৫০ লাখ টকা

৩ বছৰৰ বাবে

২০

অসম

কটন বিশ্ববিদ্যালয়

প্ৰদীপ শৰ্মা

ইণ্টাৰ ডিছিপ্লিনেৰী আৰু ট্ৰান্স ডিছিপ্লিনেৰী গৱেষণা কেন্দ্ৰৰ প্ৰসাৰ

সমন্বিত জলায় উন্নয়নৰ গৱেষণা কেন্দ্ৰ

পুঁজি – ১০,০০০,০০০ লাখ টকা

৩ বছৰৰ বাবে

২১

অসম

কটন বিশ্ববিদ্যালয়

ৰাজু ৰালী

গৱেষণা হাব /পাৰ্ক ইত্যাদিৰ সুবিধা প্ৰদান

জৈৱ-বৈচিত্ৰ্য সংৰক্ষণ আৰু ডি.এন.এ. বাৰকোডিঙৰ মাধ্যমেৰে প্ৰাণীৰ আনৱিক চিনাক্তকৰণৰ বাবে আন্তঃগাঁঠনিমূলক সুবিধা স্থাপন কৰা

পুঁজি – ৫,০০০,০০০ লাখ টকা

৩ বছৰৰ বাবে

২২

অসম

কটন বিশ্ববিদ্যালয়

ৰিতেন চৌধুৰী

বিশেষ গৱেষণা পৰিচালনাৰ বাবে অধ্যাপকলৈ বিশেষ আবণ্টন

সামগ্ৰী/তথ্য/নথিৰ ইণ্টাৰনেটত, দীৰ্ঘম্যাদী মূল্যাংকনৰ উন্নত নেটৱৰ্ক, কম ওজনৰ ক্ৰিণ্টোগ্ৰাফীৰ দ্বাৰা নিৰাপত্তা আৰু গোপনীয়তা সুনিশ্চিত কৰা

পুঁজি – ৮,৩১০,০০০ লাখ টকা

৩ বছৰৰ বাবে

২৩

অসম

কটন বিশ্ববিদ্যালয়

নামেইৰকপাম নিৰ্জন্তা দেৱী

বিশেষ গৱেষণা পৰিচালনাৰ বাবে অধ্যাপকলৈ বিশেষ আবণ্টন

এণ্ডোফাইটিক ফাংগাচৰ পৰা ছেকেণ্ডেৰী মেটাবলাইটছৰ বাবে মেটাবলমিকছ, পৰম্পৰাগত ঔষধজাতীয় উদ্ভিদৰ সৈতে যুক্ত

পুঁজি – ৫,০০০,০০০ লাখ টকা

৩ বছৰৰ বাবে

২৪

অসম

কটন বিশ্ববিদ্যালয়

উমা দত্ত

বিশেষ গৱেষণা পৰিচালনাৰ বাবে অধ্যাপকলৈ বিশেষ আবণ্টন

বাঁহ গছৰ গাজৰ কাৰ্যকৰিতা উত্তৰ-পূব অঞ্চলৰ পৰা পুনঃউত্পাদনৰ হেঁচাত ফল পুৰঠকৰণৰ ৰসায়ণ CaC2ৰ বিপৰীতে

পুঁজি – ৩০৯১,২০০ লাখ টকা

৩ বছৰৰ বাবে

২৫

অসম

কটন বিশ্ববিদ্যালয়

বিভূতি গগৈ

বিশেষ গৱেষণা পৰিচালনাৰ বাবে অধ্যাপকলৈ বিশেষ আবণ্টন

মিকিৰ পাহাৰ, মাচিফ, কাৰ্বি আংলং অঞ্চলত ভৌগলিক মানচিত্ৰ আৰু অৰ্থনৈতিক খনজৰ অনুসন্ধান

পুঁজি – ৪,২৯৬,০০০ লাখ টকা

৩ বছৰৰ বাবে

২৬

অসম

কটন বিশ্ববিদ্যালয়

মঞ্জিল হাজৰিকা

বিশেষ গৱেষণা পৰিচালনাৰ বাবে অধ্যাপকলৈ বিশেষ আবণ্টন

অসমৰ পূৰাতাত্বিক মানচিত্ৰাৱলী প্ৰস্তুতৰ বাবে পূৰাতাত্বিক ক্ষেত্ৰত জি.আই.এছ মানচিত্ৰ কৰা

পুঁজি – ৫,০০০,০০০ লাখ টকা

৩ বছৰৰ বাবে

২৭

অসম

কটন বিশ্ববিদ্যালয়

চন্দনজ্যোতি কুমাৰ আৰু হিমু ৰয়

বিশেষ গৱেষণা পৰিচালনাৰ বাবে অধ্যাপকলৈ বিশেষ আবণ্টন

অসমৰ কামৰূপ জিলাৰ গছ-গছনি বা বৃক্ষৰ চিনাক্তকৰণ পদ্ধতিৰ উন্নীতকৰণ আৰু প্ৰস্তুতি

পুঁজি – ৪৬৭৪৬৪৯ লাখ টকা

৩ বছৰৰ বাবে

২৮

অসম

কটন বিশ্ববিদ্যালয়

চন্দন জ্যোতি কুমাৰ

বিশেষ গৱেষণা পৰিচালনাৰ বাবে অধ্যাপকলৈ বিশেষ আবণ্টন

অনাধিকাৰ প্ৰৱেশ/চিকাৰী চিনাক্তকৰণৰ বাবে বনৰক্ষী কৰ্মীৰ সহায়ক প্ৰণালী

পুঁজি – ৩,২৮৮,০০০ লাখ টকা

৩ বছৰৰ বাবে

২৯

অসম

কটন বিশ্ববিদ্যালয়

শ্বামিম ৰহমান

গৱেষণা হাব/পাৰ্ক ইত্যাদিৰ বাবে সা-সুবিধা প্ৰদান

মীন পালনৰ গৱেষণা কেন্দ্ৰ

পুঁজি – ৩,৩০০০,০০০ লাখ টকা

৩ বছৰৰ বাবে

৩০

অসম

কটন বিশ্ববিদ্যালয়

বসন্ত কুমাৰ ৰাজবংশী

বিশেষ গৱেষণা পৰিচালনাৰ বাবে অধ্যাপকলৈ বিশেষ আবণ্টন

থিয়াজোলথাইজোল ভিত্তিক লঘু দাতা অণুৰ ডিজাইন আৰু সংশ্লেষণ কৰা, বাল্ক হেতেৰা জাংচন সৌৰ কোষিকাৰ বাবে

পুঁজি – ৭,৫৩৬,০০০ লাখ টকা

৩ বছৰৰ বাবে

৩১

অসম

কটন বিশ্ববিদ্যালয়

কৰবী শইকীয়া, ৰেজিনা আহমেদ আৰু দেৱজিত বসুমতাৰী

বিশেষ গৱেষণা পৰিচালনাৰ বাবে অধ্যাপকলৈ বিশেষ আবণ্টন

পৰিভ্ৰমী পক্ষীৰ ৰক্ষণাবেক্ষণ আৰু অসমৰ নদী দ্বীপ মাজুলীৰ জলাশয়সমূহৰ পানীৰ মানদণ্ডৰ প্ৰভাৱ

পুঁজি – ৩,১০০০,০০০ লাখ টকা

৩ বছৰৰ বাবে

৩২

অসম

কটন বিশ্ববিদ্যালয়

মৈস্নম ৰুষ্টান সিং

বিশেষ গৱেষণা পৰিচালনাৰ বাবে অধ্যাপকলৈ বিশেষ আবণ্টন

ভাৰতৰ অসম ৰাজ্যৰ বিভিন্ন জনগোষ্ঠীৰ মাজত হেমোগ্লোবিনোপ্যাথি আৰু এনজাইমোথেৰাপি

পুঁজি – ৪,৩৩৬,০০০ লাখ টকা

৩ বছৰৰ বাবে

৩৩

অসম

কটন বিশ্ববিদ্যালয়

নামৰাম সুসিন্দ্ৰজিত সিং আৰু একলেশ কুমাৰ বাৰ্মা

বিশেষ গৱেষণা পৰিচালনাৰ বাবে অধ্যাপকলৈ বিশেষ আবণ্টন

অণুৰ ব্যৱহাৰ/আচৰণৰ বাবে

পুঁজি – ৮,৪০৬,০০০ লাখ টকা

৩ বছৰৰ বাবে

৩৪

অসম

কটন বিশ্ববিদ্যালয়

গীতিকা ঠাকুৰীয়া আৰু ইন্দ্ৰাণী শৰ্মা

বিশেষ গৱেষণা পৰিচালনাৰ বাবে অধ্যাপকলৈ বিশেষ আবণ্টন

বানপানী আৰু দুৰ্বলতা – নগৰৰ বানপানীৰ এক সামাজিক-ভূতাত্বিক গৱেষণা

পুঁজি – ৩,১২৮,৪০০ লাখ টকা

৩ বছৰৰ বাবে

৩৫

অসম

কটন বিশ্ববিদ্যালয়

ঋষিকেশ উপাধ্যায়

বিশেষ গৱেষণা পৰিচালনাৰ বাবে অধ্যাপকলৈ বিশেষ আবণ্টন

পানীৰ চাপ সহিষ্ণুতা আৰু চাউলৰ পুনৰুদ্ধাৰৰ ওপৰত কাৰ্বন নেনপাৰ্টিকলৰ প্ৰভাৱ বুজিবলৈ আনৱিক পন্থা

পুঁজি – ৬,১৯০,০৮৫ লাখ টকা

৩ বছৰৰ বাবে

৩৬

অসম

কটন বিশ্ববিদ্যালয়

তিলোত্তমা বৰুৱা

বিশেষ গৱেষণা পৰিচালনাৰ বাবে অধ্যাপকলৈ বিশেষ আবণ্টন

বন্ধাত্যৰ  বাবে নিৰ্যাতিত মহিলাৰ ওপৰত এক ক্ৰ-সাংস্কৃতিক গৱেষণা আৰু তেওঁলোকৰ মানসিক অৱস্থা

পুঁজি – ১,২৭৮,০০০ লাখ টকা

২ বছৰৰ বাবে

৩৭

অসম

কটন বিশ্ববিদ্যালয়

সুকান্ত দেৱ

বিশেষ গৱেষণা পৰিচালনাৰ বাবে অধ্যাপকলৈ বিশেষ আবণ্টন

পৰিৱৰ্তশীল তৰাৰ পোহৰৰ বক্ৰ বিশ্লেষণ

পুঁজি – ১,৯৬৬,০০০ লাখ টকা

৩ বছৰৰ বাবে

৩৮

অসম

কটন বিশ্ববিদ্যালয়

অম্বেশ্বৰ গগৈ

বিশেষ গৱেষণা পৰিচালনাৰ বাবে অধ্যাপকলৈ বিশেষ আবণ্টন

ডিজিটেল অসমৰ বাবে অসমীয়া ভাষাৰ বানান পৰীক্ষণৰ এক ভাষাগত অধ্যয়ন

পুঁজি – ১,৭৮৯,০০০ লাখ টকা

২ বছৰৰ বাবে

৩৯

অসম

কটন বিশ্ববিদ্যালয়

মমতা গোস্বামী

বিশেষ গৱেষণা পৰিচালনাৰ বাবে অধ্যাপকলৈ বিশেষ আবণ্টন

আৰ্চেনিকৰ বিষক্ততাৰ ওপৰত অধ্যয়ন আৰু ইয়াৰ পৰিত্ৰাণ হালধি নিষ্কাষণেৰে

পুঁজি – ১,০০০,০০০ লাখ টকা

২ বছৰৰ বাবে

৪০

অসম

কটন বিশ্ববিদ্যালয়

অৰূপ কুমাৰ হাজৰিকা

বিশেষ গৱেষণা পৰিচালনাৰ বাবে অধ্যাপকলৈ বিশেষ আবণ্টন

ৰামচৰ ক্ষেত্ৰত, দ্বীপৰ বিলৰ ওপৰত প্ৰদূষণৰ প্ৰভাৱ আৰু সম্প্ৰদায়ৰ অংশগ্ৰহণেৰে সংৰক্ষণৰ কৌশল

পুঁজি – ১,০৫৯,০০০ লাখ টকা

২ বছৰৰ বাবে

৪১

অসম

কটন বিশ্ববিদ্যালয়

টেৰেলা এল. খাওজ্বল আৰু ইমচুচিলা কিশ্বু

বিশেষ গৱেষণা পৰিচালনাৰ বাবে অধ্যাপকলৈ বিশেষ আবণ্টন

আমাৰ বিষয়ে জনোৱা আৰু আমাৰ কাহিনী কোৱা

পুঁজি – ১,৩২০,০০০ লাখ টকা

৩ বছৰৰ বাবে

৪২

অসম

কটন বিশ্ববিদ্যালয়

দিম্পী মহন্ত

বিশেষ গৱেষণা পৰিচালনাৰ বাবে অধ্যাপকলৈ বিশেষ আবণ্টন

শাৰিৰীক শিক্ষাৰ প্ৰভাৱ ব্যক্তিত্ব বৃদ্ধিত – এক অনুসন্ধানমূলক গৱেষণা

পুঁজি – ১,১০০,০০০ লাখ টকা

২ বছৰৰ বাবে

৪৩

অসম

কটন বিশ্ববিদ্যালয়

দিম্পী মহন্ত

বিশেষ গৱেষণা পৰিচালনাৰ বাবে অধ্যাপকলৈ বিশেষ আবণ্টন

কাৰিকৰী অভিভাৱকৰ সন্তানৰ ওপৰত যোগ, ধ্যান আৰু মনোবৈজ্ঞানিক পৰামৰ্শ দিয়া কৌশলৰ প্ৰভাৱ

পুঁজি – ১,৫৬০,০০০ লাখ টকা

২ বছৰৰ বাবে

৪৪

অসম

কটন বিশ্ববিদ্যালয়

হিমু ৰয়

বিশেষ গৱেষণা পৰিচালনাৰ বাবে অধ্যাপকলৈ বিশেষ আবণ্টন

অসমৰ কাৰ্ণ-এলাইজৰ সংৰক্ষণশীল মৰ্যদাৰ মূল্যায়ন

পুঁজি – ১,১৮২,৬৪৯ লাখ টকা

২ বছৰৰ বাবে

৪৫

অসম

কটন বিশ্ববিদ্যালয়

আব্দুল ৱাহব

বিশেষ গৱেষণা পৰিচালনাৰ বাবে অধ্যাপকলৈ বিশেষ আবণ্টন

একক বিদাৰণ উপকৰণৰ ইলেকট্ৰোকেমিকেল তদন্ত, সৌৰ কোষৰ বাবে

পুঁজি – ১,৯৯৯,০০০ লাখ টকা

২ বছৰৰ বাবে

৪৬

অসম

কটন বিশ্ববিদ্যালয়

জিম্মি ৱাই ইউমনাম

বিশেষ গৱেষণা পৰিচালনাৰ বাবে অধ্যাপকলৈ বিশেষ আবণ্টন

অসমৰ গাৰভাংগা সংৰক্ষিত বনাঞ্চলৰ স্থানীয় জ্ঞানভিত্তিক কাঠ জাতীয় গছ-গছনিয়ে প্ৰদান কৰা পৰিবেশ-তান্ত্ৰিক সেৱাৰ মূল্যায়ন

পুঁজি – ১,৩০০,০০০ লাখ টকা

২ বছৰৰ বাবে

৪৭

অসম

কটন বিশ্ববিদ্যালয়

প্ৰাচুন বৰ্মন

বিশেষ গৱেষণা পৰিচালনাৰ বাবে অধ্যাপকলৈ বিশেষ আবণ্টন

উনৈশ শতিকা আৰু বংশ শতিকাৰ অসমীয়া, বড়ো আৰু বেংগলী পত্ৰিকা আৰু কিতাপৰ ডিজিটাইজেশ্যন

পুঁজি – ৫৬৯,০০০ লাখ টকা

২ বছৰৰ বাবে

৪৮

অসম

কটন বিশ্ববিদ্যালয়

লুফটা হানুম চলিমা বেগম

গৱেষণা সম্পৰ্কীয় কাৰ্যত ৰাজ্যৰ পি.জি. আৰু ই.জি. শিক্ষাৰ্থীক জড়িত কৰাৰ বাবে উত্সাহিত কৰা

জনপ্ৰিয় অসমীয়া লোক কাহিনীত নাৰী চৰিত্ৰৰ ভূমিকা আৰু তাত্পৰ্য অধ্যয়ন

পুঁজি – ৪৫০,০০০ লাখ টকা

১ বছৰৰ বাবে

৪৯

অসম

কটন বিশ্ববিদ্যালয়

ডেইজী দাস

বিশেষ গৱেষণা পৰিচালনাৰ বাবে অধ্যাপকৰ বিশেষ অনুদান

অসমৰ গাঁও অঞ্চলত বায়োগেছ ব্যৱহাৰ কৰি কল্যাণ নিহিতাৰ্থে – এক গৱেষণামূলক বিশ্লেষণ

পুঁজি – ৫৬৫,০০০ লাখ টকা

১.৫ বছৰৰ বাবে

৫০

অসম

কটন বিশ্ববিদ্যালয়

প্ৰহেলিকা দাস

বিশেষ গৱেষণা পৰিচালনাৰ বাবে অধ্যাপকলৈ বিশেষ আবণ্টন

ৰিং আৰু নিয়েৰ ৰিৰ ক্ৰিণ্টোগ্ৰাফিক দিশৰ এটি অধ্যয়ন

পুঁজি – ৭৭৭,০০০ লাখ টকা

৩ বছৰৰ বাবে

৫১

অসম

কটন বিশ্ববিদ্যালয়

কাকলি গগৈ

বিশেষ গৱেষণা পৰিচালনাৰ বাবে অধ্যাপকলৈ বিশেষ আবণ্টন

লোকসংগীতত প্ৰেমৰ প্ৰকাশ আৰু মিচিঙৰ ঐনিতম, তিৱাৰ লালিলাং, সত্ৰ আৰু অসমীয়া বিহুগীত – এক তুলনামূলক বিশ্লেষণ

পুঁজি – ১২৮,০০০ লাখ টকা

১.৫ বছৰৰ বাবে

৫২

অসম

কটন বিশ্ববিদ্যালয়

দিলীপ ৰাজবংশী

বিশেষ গৱেষণা পৰিচালনাৰ বাবে অধ্যাপকলৈ বিশেষ আবণ্টন

অসমৰ সাঠলি ভাষা

পুঁজি – ১৫০,০০০ লাখ টকা

২ বছৰৰ বাবে

 সৰ্বমুঠ

১৪৮৫৫১৬৬৭ টকা