মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ উচ্চতৰ শিক্ষা ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযান

ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযানৰ অধীনত সম্ভাৱ্য উপাদান

ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযানৰ অধীনত সম্ভাৱ্য উপাদান-

  • প্ৰতিষ্ঠিত স্বায়ত্ব শাসিত মহাবিদ্যালয়সমূহৰ উন্নীতকৰণ পদ্ধতি/ব্যৱস্থাৰে বিশ্ববিদ্যালয় নিৰ্মাণ কৰা
  • মহাবিদ্যালয়সমূহক গোটলৈ ৰূপান্তৰ কৰি বিশ্ববিদ্যালয় কৰা
  • বিশ্ববিদ্যালয়সমূহলৈ বুনিয়াদী অনুদান
  • মহাবিদ্যালয়সমূহলৈ আন্তঃগাঁথনিৰ অনুদান
  • নতুন এমচ.ডি.চি.
  • প্ৰতিষ্ঠিত মহাবিদ্যালয়সমূহক এম.ডি.চিলৈ উন্নীতকৰণ
  • নতুন পেছাদাৰী মহাবিদ্যালয়/বৃত্তিমূলক মহাবিদ্যালয়
  • গৱেষণা, নতুনত্ব আৰু গুণগত মানৰ উন্নীতকৰণ
  • অপক্ষপাতিত্বমূলক পদক্ষেপ
  • শিক্ষক/অধ্যাপক নিযুক্তিৰ সঁহাৰি
  • শিক্ষক/অধ্যাপকৰ উন্নীতকৰণ
  • উচ্চ শিক্ষাক বৃত্তিমূলক কৰা
  • শৈক্ষিক প্ৰশাসনৰ নেতৃত্ব উন্নত কৰা
  • শিক্ষানুষ্ঠানিক পুৰ্ণগঠন আৰু সংশোধন
  • ক্ষমতা নিৰ্মাণ কাৰ্য
  • পৰিচালনাৰ তথ্য প্ৰণালী
  • কাৰিকৰী বিদ্যালৈ সঁহাৰি/সহযোগ
  • ব্যৱস্থাপনা, পৰ্যবেক্ষণ, মূল্যায়ন আৰু গৱেষণা, এম.এম.ই.আৰ.