ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযানৰ অধীনত সম্ভাৱ্য উপাদান-
- প্ৰতিষ্ঠিত স্বায়ত্ব শাসিত মহাবিদ্যালয়সমূহৰ উন্নীতকৰণ পদ্ধতি/ব্যৱস্থাৰে বিশ্ববিদ্যালয় নিৰ্মাণ কৰা
- মহাবিদ্যালয়সমূহক গোটলৈ ৰূপান্তৰ কৰি বিশ্ববিদ্যালয় কৰা
- বিশ্ববিদ্যালয়সমূহলৈ বুনিয়াদী অনুদান
- মহাবিদ্যালয়সমূহলৈ আন্তঃগাঁথনিৰ অনুদান
- নতুন এমচ.ডি.চি.
- প্ৰতিষ্ঠিত মহাবিদ্যালয়সমূহক এম.ডি.চিলৈ উন্নীতকৰণ
- নতুন পেছাদাৰী মহাবিদ্যালয়/বৃত্তিমূলক মহাবিদ্যালয়
- গৱেষণা, নতুনত্ব আৰু গুণগত মানৰ উন্নীতকৰণ
- অপক্ষপাতিত্বমূলক পদক্ষেপ
- শিক্ষক/অধ্যাপক নিযুক্তিৰ সঁহাৰি
- শিক্ষক/অধ্যাপকৰ উন্নীতকৰণ
- উচ্চ শিক্ষাক বৃত্তিমূলক কৰা
- শৈক্ষিক প্ৰশাসনৰ নেতৃত্ব উন্নত কৰা
- শিক্ষানুষ্ঠানিক পুৰ্ণগঠন আৰু সংশোধন
- ক্ষমতা নিৰ্মাণ কাৰ্য
- পৰিচালনাৰ তথ্য প্ৰণালী
- কাৰিকৰী বিদ্যালৈ সঁহাৰি/সহযোগ
- ব্যৱস্থাপনা, পৰ্যবেক্ষণ, মূল্যায়ন আৰু গৱেষণা, এম.এম.ই.আৰ.