Home ❯
কাৰ্য্যাৱলী আৰু উদ্দেশ্য
কাৰ্য্যাৱলী আৰু উদ্দেশ্য
উদ্দেশ্য-
- প্ৰতিষ্ঠিত উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানসমূহৰ গুণগত মানদণ্ড উন্নত কৰা
- অধিক ক্ষমতাসম্পন্ন প্ৰতিষ্ঠিত মহাবিদ্যালয়সমূহক বিশ্ববিদ্যালয় বা আদৰ্শ/আৰ্হি স্নাতক মহাবিদ্যালয়লৈ উন্নীত কৰা
- উচ্চ শিক্ষাত জটিল আন্তঃগাঁথনি সুৰুঙাসমূহ চিনাক্তকৰণ আৰু তাক সম্পূৰ্ণ কৰা।
- গুণগত মানদণ্ডৰ শিক্ষক/অধ্যাপকৰ উপস্থিতি/পয়োভৰ নিশ্চিত কৰা।
- ৰাজ্যিক/উচ্চ শিক্ষা প্ৰতিষ্ঠানত গৱেষণা আৰু নতুনত্ব অনাৰ সুবিধা
- পিছপৰা শ্ৰেণী আৰু মহিলাসকললৈ উচ্চ শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট সুযোগ প্ৰদান কৰা যাতে উচ্চ শিক্ষাৰ গুণগত মান অধিক উন্নীত হয়।
- মুঠ নথিভূক্তিৰ অনুপাতৰ স্থিতি উন্নীত কৰা।
- আঞ্চলিক অসমতাক দূৰ কৰা
নিয়মাৱলী-
- গুণগত মানদণ্ড আৰু গৱেষণাত দৃষ্টি
- নৰ্ম বেচড এণ্ড আউট ডিপেণ্ডেণ্ট ফাণ্ডিং
- ডিমাণ্ড ড্ৰাইভেন আৰু প্ৰতিযোগিতামূলক
- অৰাজনৈতিক সিদ্ধান্ত লোৱা
- সিদ্ধান্ত গ্ৰহমত স্বায়ত্ততা