মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ উচ্চতৰ শিক্ষা ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযান

কাৰ্য্যাৱলী আৰু উদ্দেশ্য

উদ্দেশ্য-

  • প্ৰতিষ্ঠিত উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানসমূহৰ গুণগত মানদণ্ড উন্নত কৰা
  • অধিক ক্ষমতাসম্পন্ন প্ৰতিষ্ঠিত মহাবিদ্যালয়সমূহক বিশ্ববিদ্যালয় বা আদৰ্শ/আৰ্হি স্নাতক মহাবিদ্যালয়লৈ উন্নীত কৰা
  • উচ্চ শিক্ষাত জটিল আন্তঃগাঁথনি সুৰুঙাসমূহ চিনাক্তকৰণ আৰু তাক সম্পূৰ্ণ কৰা।
  • গুণগত মানদণ্ডৰ শিক্ষক/অধ্যাপকৰ উপস্থিতি/পয়োভৰ নিশ্চিত কৰা।
  • ৰাজ্যিক/উচ্চ শিক্ষা প্ৰতিষ্ঠানত গৱেষণা আৰু নতুনত্ব অনাৰ সুবিধা
  • পিছপৰা শ্ৰেণী আৰু মহিলাসকললৈ উচ্চ শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট সুযোগ প্ৰদান কৰা যাতে উচ্চ শিক্ষাৰ গুণগত মান অধিক উন্নীত হয়।
  • মুঠ নথিভূক্তিৰ অনুপাতৰ স্থিতি উন্নীত কৰা।
  • আঞ্চলিক অসমতাক দূৰ কৰা

নিয়মাৱলী-

  • গুণগত মানদণ্ড আৰু গৱেষণাত দৃষ্টি
  • নৰ্ম বেচড এণ্ড আউট ডিপেণ্ডেণ্ট ফাণ্ডিং
  • ডিমাণ্ড ড্ৰাইভেন আৰু প্ৰতিযোগিতামূলক
  • অৰাজনৈতিক সিদ্ধান্ত লোৱা
  • সিদ্ধান্ত গ্ৰহমত স্বায়ত্ততা