মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ উচ্চতৰ শিক্ষা ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযান

নতুন স্নাতক আদৰ্শ মহাবিদ্যালয় আৰু নতুন স্নাতক আদৰ্শ মহাবিদ্যালয়লৈ ৰূপান্তৰ

উপাদান – ৪খন নতুন স্নাতক আদৰ্শ মহাবিদ্যালয় (সাধাৰণ)

            অসম চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ সহযোগত ১২খন আদৰ্শ স্নাতক মহাবিদ্যালয়, ১২খন শৈক্ষিক ক্ষেত্ৰত পিছপৰা জিলাত কেন্দ্ৰীয়ভাৱে স্পনচৰ আঁচনি অনুসাৰে, ৫০:৫০ অংশীদাৰিত্বৰে স্থাপন কৰাৰ সিদ্ধান্ত লৈছে। প্ৰত্যেকখন মহাবিদ্যালয়লৈ ৯ কোটিকৈ টকা অনুমোদন হৈছে। ইয়াৰে ৪ কোটি কেন্দ্ৰই, ৪ কোটি ৰাজ্যই আৰু বাকী ১ কোটি কেন্দ্ৰীয় চৰকাৰে ছোৱালী হোষ্টেলৰ বাবে অনুমোদন দিছে। ১২খন আদৰ্শ স্নাতক মহাবিদ্যালয়ৰ নামেই পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয় ৰখা হৈছে। চলিত শিক্ষা বৰ্ষৰ বাবে ১ম পৰ্যায়ত ৫খন মহাবিদ্যালয় আৰম্ভ কৰা হৈছে (সেয়া আগষ্ট ২০১৭-১৮)। এইকেইখন হল-

ক্ৰমিক নংমহাবিদ্যালয়ৰ নামজিলাকাৰ্যক্ষেত্ৰত অগ্ৰগতি

পি.ডি.ইউ.এ.এম, দলগাঁও

দৰং

সম্পূৰ্ণ

 

পি.ডি.ইউ.এ.এম, দুধনৈ

গোৱালপাৰা

সম্পূৰ্ণ

 

পি.ডি.ইউ.এ.এম, ইৰালিগল

কৰিমগঞ্জ

সম্পূৰ্ণ

 

পি.ডি.ইউ.এ.এম, বিহালী

বিশ্বনাথ

সম্পূৰ্ণ

 

পি.ডি.ইউ.এ.এম, দলগাঁও, তুলুংগীয়া, অভয়াপুৰী

বঙাইগাঁও

সম্পূৰ্ণ

 

 

২য় পৰ্যায়ত আৰু তিনিখন মহাবিদ্যালয় পৰৱৰ্ত্তী শৈক্ষিক বৰ্ষৰ ২০১৮-১৯ৰ বাবে খোলা হব।

ক্ৰমিক নংমহাবিদ্যালয়ৰ নামজিলাকাৰ্যক্ষেত্ৰত অগ্ৰগতি

পি.ডি.ইউ.এ.এম, দেইহাৰ

কাৰ্বিং আংলং

৬৮ শতাংশ

 

পি.ডি.ইউ.এ.এম, বৰসোলা

কাছাৰ

৬০ শতাংশ

 

পি.ডি.ইউ.এ.এম, চামগুৰি

নগাঁও

২৮ শতাংশ

 

 

৩য় পৰ্যায়ত আৰু চাৰিখন মহাবিদ্যালয় শিক্ষা বৰ্ষ ২০১৯-২০ বৰ্ষৰ বাবে খোলা হব।

ক্ৰমিক নংমহাবিদ্যালয়ৰ নামজিলা

পি.ডি.ইউ.এ.এম, কাটলিছেৰা

হাইলাকান্দি

 

পি.ডি.ইউ.এ.এম, লাহৰিঘাট

মৰিগাঁও

 

পি.ডি.ইউ.এ.এম, দক্ষিণ শালমৰা

ধুবুৰী

 

পি.ডি.ইউ.এ.এম, কাকপথাৰ

তিনিচুকীয়া