ছাত্ৰ-ছাত্ৰীলৈ, বিশেষকৈ মহিলা আৰু বিশেষভাৱে সক্ষমসকললৈ আৰু ওচৰৰে আন আন মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকললৈ, মাচুলবিহীন পৰিবহনৰ ব্যৱস্থা প্ৰদান কৰাৰ মূল উদ্দেশ্যই হল, যিবোৰ অনুষ্ঠানত পৰিবহন বা যাতায়তৰ দুৰাৱস্থাৰ বাবে দৈনিক উপস্থিতি অতি বা দুখজনক, তাত ছাত্ৰ-ছাত্ৰী আৰু শিক্ষানুষ্ঠানৰ মাজত এক সাঁকো সৃষ্টি কৰা। আৰ ইউ এছ এ, অসমক উচ্চ শিক্ষাৰ শিক্ষাৰ্থী আৰু শিক্ষানুষ্ঠানৰ মাজত এনে বাধা অতিক্ৰমি সংযোগ স্থাপন কৰাৰ ক্ষেত্ৰত বাটকটীয়া বুলিব পাৰি। সমগ্ৰ অসমতে উচ্চ শিক্ষাৰ বাবে ছাত্ৰ-ছাত্ৰীক আৰ.ইউ.এছ.এ., অসমে উত্সাহিত কৰাৰ বাবে প্ৰচেষ্টা কৰি আহিছে।
পৰিবহনৰ সুবিধা পোৱা মহাবিদ্যালয়ৰ তালিকা-
ক্ৰমিক নং | মহাবিদ্যালয়ৰ নাম |
---|---|
উপাদান | পৰিবহন
|
১ | বিনেশ্বৰ ব্ৰহ্ম অভিযান্ত্ৰিক মহাবিদ্যালয়, কোকৰাঝাৰ
|
২ | ডি.এইছ.এছ.কে. মহাবিদ্যালয়, ডিব্ৰুগড়
|