বিশেষভাৱে সক্ষম ছাত্ৰ-ছাত্ৰীলৈ অনুদানৰ মূল উদ্দেশ্য হল শিক্ষানুষ্ঠানখনত প্ৰয়োজনীয় আহিলা বা যন্ত্ৰ-পাতিৰ ব্যৱস্থা কৰা, সেয়ে প্ৰত্যেক বছৰে নামভৰ্তি কৰোৱা, বিশেষভাৱে সক্ষম ছাত্ৰ-ছাত্ৰীসকলৰ বাবে যন্ত্ৰপাতি তৈয়াৰ বা যোগাৰক লৈ হোৱা কাৰ্যক প্ৰাধান্য দিয়া উচিত/প্ৰাধান্য পোৱা উচিত।
শাৰিৰীকভাৱে প্ৰতিবন্ধী/দৃষ্টিহীনসকলৰ বাবে সা-সুবিধাসমূহ-
১. শ্ৰৱণ যন্ত্ৰ (Hearing Aids)
২. ব্ৰেইল বুকছ্ (Brail books)
৩. অক্ষমসকলৰ অনুকূল যন্ত্ৰপাতি
৪. অডিঅ বুকছ্
৫. অক্ষমসকলৰ অনুকূল শৌচাগাৰ
শাৰিৰীকভাৱে প্ৰতিবন্ধী/দৃষ্টিশক্তিহীন অনুকূল যন্ত্ৰপাতিৰ বাবে শিক্ষানুষ্ঠানৰ তালিকা-
ক্ৰমিক নং | মহাবিদ্যালয়ৰ নাম |
---|---|
উপাদান | বিশেষভাৱে সক্ষম লাভাৰ্থী
|
১ | ডিব্ৰুগড় বিশ্ববিদ্যালয়, ডিব্ৰুগড়
|
২ | সোণাপুৰ মহাবিদ্যালয়, সোণাপুৰ
|
৩ | যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়, যোৰহাট |
৪ | কটন মহাবিদ্যালয়, গুৱাহাটী
|
৫ | ডি.আৰ. মহাবিদ্যালয়, গোলাঘাট
|