মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ উচ্চতৰ শিক্ষা ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযান

নিৰপেক্ষ পদক্ষেপ

পাঁচখন শিক্ষানুষ্ঠানত অক্ষমসকলৰ অনুকূল সা-সুবিধাসমূহ

বিশেষভাৱে সক্ষম ছাত্ৰ-ছাত্ৰীলৈ অনুদানৰ মূল উদ্দেশ্য হল শিক্ষানুষ্ঠানখনত প্ৰয়োজনীয় আহিলা বা যন্ত্ৰ-পাতিৰ ব্যৱস্থা কৰা, সেয়ে প্ৰত্যেক বছৰে নামভৰ্তি কৰোৱা, বিশেষভাৱে সক্ষম ছাত্ৰ-ছাত্ৰীসকলৰ বাবে যন্ত্ৰপাতি তৈয়াৰ বা যোগাৰক লৈ হোৱা কাৰ্যক প্ৰাধান্য দিয়া উচিত/প্ৰাধান্য পোৱা উচিত।

শাৰিৰীকভাৱে প্ৰতিবন্ধী/দৃষ্টিহীনসকলৰ বাবে সা-সুবিধাসমূহ-

            ১. শ্ৰৱণ যন্ত্ৰ (Hearing Aids)

            ২. ব্ৰেইল বুকছ্  (Brail books)

            ৩. অক্ষমসকলৰ অনুকূল যন্ত্ৰপাতি

            ৪. অডিঅ বুকছ্

            ৫. অক্ষমসকলৰ অনুকূল শৌচাগাৰ

শাৰিৰীকভাৱে প্ৰতিবন্ধী/দৃষ্টিশক্তিহীন অনুকূল যন্ত্ৰপাতিৰ বাবে শিক্ষানুষ্ঠানৰ তালিকা-

ক্ৰমিক নংমহাবিদ্যালয়ৰ নাম

উপাদান

বিশেষভাৱে সক্ষম লাভাৰ্থী

 

ডিব্ৰুগড় বিশ্ববিদ্যালয়, ডিব্ৰুগড়

 

সোণাপুৰ মহাবিদ্যালয়, সোণাপুৰ

 

যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়, যোৰহাট

কটন মহাবিদ্যালয়, গুৱাহাটী

 

ডি.আৰ. মহাবিদ্যালয়, গোলাঘাট