মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ উচ্চতৰ শিক্ষা ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযান

নিৰপেক্ষ পদক্ষেপ

ভাষা গৱেষণাগাৰ

শিক্ষা আৰু নিযুক্তিত ভাৰতীয় সমাজে উল্লেখনীয় অসামান্যতাত ভূগি আহিছে। বৰ্দ্ধিত শিক্ষাগত মানদণ্ডৰ তুলনাত, পেছাগতভাৱে সফল হবলৈ দৰকাৰী দক্ষতাৰ ক্ষেত্ৰত, এতিয়াও আশাতীত। সমাজখন এতিয়াও সামাজিক, সাংস্কৃতিক, ধৰ্মীয়, জাতিগত, লিংগ বৈষম্য, শাৰিৰীক, ভৌগলিক ইত্যাদিৰ অৱস্থানৰ ভিত্তিত কোঙা বুলিব পাৰি। লক্ষ্য হল দুখীয়া আৰু পিছপৰাসকলৰ উন্নয়নৰ কাৰণে তেওঁলোকক সম সুযোগ প্ৰদান কৰা। বুনিয়াদী-পঢ়া-লিখা-ইংৰাজী ভাষাত কথোপকথনৰ দক্ষতাৰে, দুখীয়া আৰু পিছপৰা যুৱকসকলক বিভিন্ন ক্ষেত্ৰৰ পৰা নিজৰ কৰ্মক্ষেত্ৰ এখন, বাচি লোৱাত সহায় কৰিব পাৰে।

ভাষা গৱেষণাগাৰৰ বৈশিষ্ট্যসমূহ হল

(১) যিকোনো ভাষা শিকাব পৰাকৈ ইয়াক ডিজাইন কৰা হৈছে।

(২) ই এটা ভাষাৰ উচ্চাৰণ, স্বৰভঙ্গী, শ্বাস প্ৰক্ৰিয়া আৰু ধ্বিন বিজ্ঞানৰ আন আটাইবোৰ দিশ শিকাত সহায় কৰে।

(৩) ইংৰাজী ভাষাৰ ওপৰত কাৰ্যকৰী যোগাযোগৰ প্ৰশিক্ষণ যাতে গাঁও অঞ্চলৰ যুৱপ্ৰজন্মই নিযুক্তিৰ দিশত আগবাঢ়িব পাৰে।

(৪) সাধাৰণ ডকুমেণ্টেশ্যন, ছফ্টৱেৰ ডকুমেণ্টেশ্যন আৰু সকলো ধৰণৰ প্ৰযুক্তিগত ডকুমেণ্টেশ্যন কেনেকৈ কৰিব পাৰি।

(৫) ভাষা-গৱেষণাগাৰে বিভিন্ন ধৰণৰ মানুহৰ বাবে যেনে- ছাত্ৰ-ছাত্ৰী, অধ্যাপক, ব্যৱসায়ী ইত্যাদিৰ বাবে পাঠ্যক্ৰম পৰিচালনা কৰিবলৈ সক্ষম।

(৬) অনুলাইন পাঠ্যক্ৰম আৰু কাগজবিহীন পৰীক্ষা ভাষা গৱেষণাগাৰৰ দ্বাৰা পৰিচালনা কৰা।

যিকোনো ভাষাত কাৰোবাৰ বক্তব্য অনুশীলন আৰু বিশ্লেষণ কৰিবৰ বাবে ভাষা গৱেষণাৰ এক বৰ সহায়কাৰী সাধন। ই ছাত্ৰ-ছাত্ৰীক আৰ্হি উচ্চাৰণ শুনিবলৈ পুনৰাবৃত্তি আৰু একেখিনিকেই ৰেকডৰ্ড কৰিবলৈ সিহঁতৰ কাৰ্যকৰিতা শুনি আৰ্হিৰ লগত তুলনা কৰা আৰু নিজৰ পৰীক্ষা বা মূল্যাংকন কৰাৰ সুবিধা প্ৰদান কৰে। যিহেতু ভাষা গৱেষণাগাৰে যিকোনো ভাষাৰ প্ৰত্যেক শিকাৰুকে, নিজৰ ক্ষমতা অনুযায়ী বা নিজৰ গতিবেগত শিকাৰ স্বাধীনতা দিয়ে, ই নমনীয় আৰু সকলো সয়তে শিক্ষকৰ প্ৰয়োজন নাই। একে সময়তে শিক্ষকৰ বাবেও পৃথকে পৃথকে আৰু একেলগে সহায় আগবঢ়োৱাটো সম্ভৱ হৈ উঠে। ভাষা গৱেষণাগাৰে প্ৰত্যেককে তেওঁলোকৰ গোপনীয়তা প্ৰকাশ কৰা আৰু শুনাৰো অনুমতি দিয়ে।

ভাষা গৱেষণাগাৰৰ বাবে মহাবিদ্যালয়ৰ তালিকা-

ক্ৰমিক নংমহাবিদ্যালয়ৰ নাম
উপাদানভাষা গৱেষণাগাৰ

বিশ্বনাথ মহাবিদ্যালয়, বিশ্বনাথ চাৰিআলি

 

ডি.চি.বি. ছোৱালী মহাবিদ্যালয়, যোৰহাট

 

গুৰুচৰণ মহাবিদ্যালয়, শিলচৰ

 

মাৰ্ঘেৰিটা মহাবিদ্যালয়, মাৰ্ঘেৰিটা

 

এছ.এছ. মহাবিদ্যালয়, হাইলাকান্দি

 

শদিয়া মহাবিদ্যালয়, চাপাখোৱা

 

কলিয়াবৰ মহাবিদ্যালয়, কলিয়াবৰ

 

মাইবং স্নাতক মহাবিদ্যালয়, মাইবং

 

চিলাপথাৰ মহাবিদ্যালয়, চিলাপথাৰ

 

১০

পশ্চিম গুৱাহাটী মহাবিদ্যালয়, ধৰাপুৰ

 

১১

খাৰুপেটিয়া মহাবিদ্যালয়, দৰং

 

১২

উত্তৰ লখিমপুৰ মহাবিদ্যালয়, উত্তৰ লখিমপুৰ

 

 

অপক্ষপাতিত্বমূলক পদক্ষেপৰ অধীনত পুঁজি (লাখত), আৰ.ইউ.এছ.এ. অসম
উপাদানলাভাৰ্থী শিক্ষানুষ্ঠানৰ সংখ্যামুঠ আবন্টিত ধনমুঠ আবণ্টিত ধনৰ পৰিমাণশিক্ষানুষ্ঠানে প্ৰতি আবণ্টন

 কেন্দ্ৰ

ৰাজ্যমুঠকেন্দ্ৰৰাজ্যমুঠ 

পি. ডব্লিউ ডি

১০০

৭৬.৫০০

৮.৫০০

৪৫.০০০

১৫.৩০০

১.৭০০

১৭.০০০

পৰীক্ষণ বিদ্যালয়

১২

৬০

২৭.০০০

৩.০০০

৩০.০০০

২.২৫০

০.২৫০

২.৫০০

পৰীক্ষণ বিদ্যালয়ৰ প্ৰশিক্ষকলৈ প্ৰশিক্ষণ

১০

৪.৫০০

০.৫০০

৫.০০০

১.১২৫

০.১২৫

১.২৫০

ভাষা গৱেষণাগাৰ

১২

৩০০

১০৮.০০০

১২.০০০

১২০.০০০

৯.০০০

১.০০০

১০.০০০

পৰিবহন

 

৩০

৯.০০০

১.০০০

১০.০০০

৪.৫০০০

০.৫০০

৫.০০০

মুঠ

 **৩৫

 

৫০০

২২৫.০০০

২৫.০০০

২৫০.০০০

 

 

 

 

**৩৫ অনুদান পোৱা মুঠ শিক্ষা প্ৰতিষ্ঠানৰ সংখ্যা ৩৫খন কিন্তু কেইখনমান মহাবিদ্যালয়ে এটাতকৈ অধিক উপাদানেৰে লাভান্বিত হোৱাত, লাভাৰ্থীৰ সংখ্যা ২৯।