মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ উচ্চতৰ শিক্ষা ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযান

নিৰপেক্ষ পদক্ষেপ

দুখন শিক্ষানুষ্ঠানত মহিলা আৰু বিশেষভাৱে সক্ষম ছাত্ৰ-ছাত্ৰীৰ বাবে পৰিবহনৰ সা-সুবিধা (পাইলট প্ৰজেক্ট/প্ৰকল্প)

ছাত্ৰ-ছাত্ৰীলৈ, বিশেষকৈ মহিলা আৰু বিশেষভাৱে সক্ষমসকললৈ আৰু ওচৰৰে আন আন মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকললৈ, মাচুলবিহীন পৰিবহনৰ ব্যৱস্থা প্ৰদান কৰাৰ মূল উদ্দেশ্যই হল, যিবোৰ অনুষ্ঠানত পৰিবহন বা যাতায়তৰ দুৰাৱস্থাৰ বাবে দৈনিক উপস্থিতি অতি বা দুখজনক, তাত ছাত্ৰ-ছাত্ৰী আৰু শিক্ষানুষ্ঠানৰ মাজত এক সাঁকো সৃষ্টি কৰা। আৰ ইউ এছ এ, অসমক উচ্চ শিক্ষাৰ শিক্ষাৰ্থী আৰু শিক্ষানুষ্ঠানৰ মাজত এনে বাধা অতিক্ৰমি সংযোগ স্থাপন কৰাৰ ক্ষেত্ৰত বাটকটীয়া বুলিব পাৰি। সমগ্ৰ অসমতে উচ্চ শিক্ষাৰ বাবে ছাত্ৰ-ছাত্ৰীক আৰ.ইউ.এছ.এ., অসমে উত্সাহিত কৰাৰ বাবে প্ৰচেষ্টা কৰি আহিছে।

পৰিবহনৰ সুবিধা পোৱা মহাবিদ্যালয়ৰ তালিকা-

ক্ৰমিক নংমহাবিদ্যালয়ৰ নাম

উপাদান

পৰিবহন

 

বিনেশ্বৰ ব্ৰহ্ম অভিযান্ত্ৰিক মহাবিদ্যালয়, কোকৰাঝাৰ

 

ডি.এইছ.এছ.কে. মহাবিদ্যালয়, ডিব্ৰুগড়