ফিনিশ্বিঙ বিদ্যালয়ৰ সংজ্ঞা হল, এনে এখন বিদ্যালয়, যত ছাত্ৰ-ছাত্ৰীৰ সামগ্ৰিক ব্যক্তিত্ব বিকাশ, সাংস্কৃতিক আৰু সামাজিক কাৰ্যকলাপৰ প্ৰশিক্ষণত গুৰুত্ব আৰোপ কৰা হয়। বিশেষ দক্ষতাক অতিৰিক্ত শিক্ষাৰ মান্যতা দিয়া হয়। পৰীক্ষণ বিদ্যালয়ৰ প্ৰস্তাৱিত পাঠ্যক্ৰমৰ বিতং বৰ্ণনা-
পাঠ্যক্ৰমৰ ভাগ-
নৰম কৌশল
যোগাযোগৰ কৌশল কৰ্ম-সংস্কৃতি আৰু নীতিশাস্ত্ৰ
কৰ্মৰ প্ৰতি ইতিবাচক বা ধনাত্মক মনোভাৱৰ বৃদ্ধি
সাক্ষাতকাৰ দক্ষতা + সংক্ষিপ্ত বিৱৰণী প্ৰস্তুতকৰণ
পাঠ্যক্ৰমৰ বিষয়বস্তু-
প্ৰাৰ্থীত্বৰ প্ৰচাৰ/উন্নীতকৰণত প্ৰযুক্তিৰ ভূমিকা
গ্ৰুপ আলোচনা
জনসাধাৰণৰ বক্তব্য
মানুহৰ লগত নেটৱৰ্কিং
সফলতাৰ লক্ষণ – কেনেকৈ সন্মিলিত হব
আধ্যাত্মিক অন্তৰ্ভুক্তি
লক্ষ্য নিৰ্ধাৰিত দল
বিশ্ববিদ্যালয়ৰ অৰ্থনৈতিক আৰু সামাজিকভাৱে পিছপৰা III আৰু IV ছেমিষ্টাৰৰ স্নাতকোত্তৰ ছাত্ৰ-ছাত্ৰীসকল।
মহাবিদ্যালয়ৰ অৰ্থনৈতিক আৰু সামাজিকভাৱে পিছপৰা V আৰু VI ছেমিষ্টাৰৰ স্নাতক নোহোৱা ছাত্ৰ-ছাত্ৰীসকল।
পৰীক্ষণ বিদ্যালয়ৰ তালিকা-
ক্ৰমিক নং | মহাবিদ্যালয়ৰ নাম |
---|---|
উপাদান | পৰীক্ষণ বিদ্যালয়
|
১ | ডিব্ৰুগড় বিশ্বদ্যালয়, ডিব্ৰুগড়
|
২ | এ.ডি.পি. মহাবিদ্যালয়, নগাঁও
|
৩ | কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয়, কোকৰাঝাৰ
|
৪ | বীৰঝৰা মহাবিদ্যালয়, বঙাইগাঁও
|
৫ | ডিগবৈ
|
৬ | গুৱাহাটী বাণিজ্য মহাবিদ্যালয়, গুৱাহাটী
|
৭ | হাফলং চৰকাৰী মহাবিদ্যালয়, হাফলং
|
৮ | এম.চি. মহাবিদ্যালয়, বৰপেটা
|
৯ | নামৰূপ মহাবিদ্যালয়, নামৰূপ
|
১০ | পি.বি. মহাবিদ্যালয়, গৌৰীপুৰ
|
১১ | হোজাই মহাবিদ্যালয়, হোজাই
|
১২ | এছ.এছ. মহাবিদ্যালয়, হাইলাকান্দি
|